ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত সংবাদমেল সম্বোধন দিছপুৰ প্ৰেছ ক্লাৱত আক্ৰাছুৰ। সংবাদমেল সম্বোধন কৰে আক্ৰাছুৰ BTC ৰ dipen ৰয় আৰু সোণাধৰ ৰায় নেতৃত্বত ।মন্ত্ৰী গোটৰ প্ৰতিবেদনত কিছু দিশ আৰু আশা থাকি গৈছে।২৬ ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা কেৱল নিৰ্বাচন কেন্দ্ৰীক হ’বলৈ গৈছে।নিৰ্বাচনৰ পূৰ্বে আমি ST মৰ্যাদা লাভ নকৰো। বিটিচিৰ NOC লাভ নকৰিলে ST মৰ্যাদা নাপাব সেইবোৰ আগতীয়াকৈ আলোচনা হ’ব লাগিছিল নহল।