বোকাখাত: মৰিগাঁৱ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কনিষ্ট পুত্ৰক থানালৈ আনিলে বোকাখাট আৰক্ষীয়ে,জানিব পৰা নাই ঘটনাৰ ৰহস্য
বুধবাৰে পুৱা প্ৰায় ৯ বজাত মৰিগাঁৱৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কণিষ্ঠ পুত্ৰ থানালৈ আনিলে বোকাখাত আৰক্ষীয়ে !! হঠাৎ বোকাখাত আৰক্ষীৰ আলহি হ'ল বিধায়ক দেউৰীৰ কণিষ্ঠ পুত্ৰ মানস দেউৰী। বোকাখাতৰ এখন নামজ্বলা হোটেলৰ পৰা আৰক্ষীয়ে থানালৈ আনিছিল বিধায়ক পুত্ৰক । ঘৰত কোনো খবৰ নিদিয়াকৈ বিধায়কৰ পুত্ৰ মানস দেউৰীয়ে বন্ধু বৰ্গৰ সৈতে বোকাখাতৰ এখন বিলাসী হোটেলত বাহৰপাতি আছিল বুলি জানিব পৰা গৈছে l আনফালে মন্তব্য দিয়াৰ পৰা বিৰত আৰক্ষী।