নগাঁও: ক্লক টাৱাৰ সমীপত চিটু নগাওঁ জিলা সমিতিৰ প্ৰতিবাদ, অংশগ্ৰহণ অৰ্ধশতাধিক প্ৰতিবাদ কাৰী
Nagaon, Nagaon | Nov 26, 2025 নগাওঁ ক্লক টাৱাৰ সমীপত চিটু নগাওঁ জিলা সমিতিৰ প্ৰতিবাদ, অংশগ্ৰহণ অৰ্ধশতাধিক প্ৰতিবাদ কাৰী বুধবাৰে দিনৰ ১১ বজাত নগাঁও জিলাৰ নগাওঁ ক্লক টাৱাৰ সমীপত চিটু নগাওঁ জিলা সমিতিৰ উদ্দ্যোগত আয়োজন কৰে প্ৰতিবাদী কাৰ্যসূচীৰ । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ কাৰী সকলে শ্ৰম কোট বাহিৰৰ দাবিত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদ কাৰী সকলৰ দাবী চৰকাৰে মানি নললে অনাগত দিনতো প্ৰতিবাদ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে । উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় অৰ