নাৰায়ণপুৰ: মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অনুষ্ঠিত মাহজোৰা নাম সমাৰোহৰ সামৰণি
লখিমপুৰ জিলাৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অনুষ্ঠিত হয় মাহজোৰা নাম সমাৰোহ । মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অনুষ্ঠিত হোৱা মাহজোৰা নাম সমাৰোহ বৃহস্পতিবাৰে সামৰণি অনুষ্ঠিত হয় । এই মাহজোৰা নাম সমাৰোহৰ সামৰণি অনুষ্ঠানত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত ,আই মাতৃ সকলে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।