ডিফু: খটখটী লাহৰিজানত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা পালন
বুধবাৰে পুৱা ১০ বজাৰ পৰা কাৰ্বি আংলং জিলাৰ খটখটী এলেকাৰ বিভিন্ন স্থানত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। বিশেষকৈ, খটখটী লাহৰিজানৰ মন্দিৰবোৰত আৰু দোকান, গেৰেজ আৰু বাহন সমূহত বিশেষ সাৱধানতাৰে এই পুজা আয়োজন কৰা হয় । বিশ্বকৰ্মা পুজাত হিন্দু ধৰ্মালম্বী ভক্তবৃন্দৰ লগত অংশ গ্ৰহণ কৰে ৷ বিভিন্ন স্থানীয় বাসিন্দা। পুজাৰ সময়ত ৰাতি আৰু পুৱাৰ ভাগত গাড়ী বাহনত ধুপধুনা জ্বলাই, পবিত্ৰ পণ্যসমূহৰ ওপৰত পুজা অৰ্চনা কৰা দেখা যায়।