টেঙাখাত: টেঙাখাত ২নং বাছমতীয়া গ্ৰাণ্টত পুখুৰীত পৰি একেলগে দুগৰাকী যুৱতী আৰু এজন কিশোৰৰ মৃত্যু, ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য
Tengakhat, Dibrugarh | Jul 19, 2025
টেঙাখাতৰ ২নং বাছমতীয়া গ্ৰাণ্টত আবেলি স্থানীয় ৰাইজে জনোৱা অনুসৰি পুখুৰীত গা ধুবলৈ যাওঁতে পিছলি পৰি পানীত ডুব যায়...