নগাঁও: চামগুৰিৰ এখন মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত, অসৎ কামত লিপ্ত লোকক নিদিয়ে জানাজা
Nagaon, Nagaon | Nov 30, 2025 চামগুৰিৰ এখন মুছলমান সমাজৰ ঐতিহাসিক সিদ্ধান্ত ।ড্ৰাগছ আসক্ত অথবা ড্ৰাগছ বিক্ৰেতা আৰু বাল্য বিবাহৰ লগত জড়িত মৃতকৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত চামগুৰিৰ বাজিয়াগাঁও মুছলমান ৰাইজৰ ।এখন ড্ৰাগছ মুক্ত আৰু বাল্য বিবাহ নিৰ্মূল গাঁও গঢ়ি তোলাৰ উদ্দেশ্যে এই ঐতিহাসিক সিদ্ধান্ত বাজিয়াগাঁও আঞ্চলিক মুছলমান ৰাইজৰ।চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এখন সজাগতা সভাৰ জৰিয়তে এই ঐতিহাসিক সিদ্ধান্ত চামগুৰি