বকো: বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা দম্পতীৰ বাসগৃহত উপস্থিত BJPৰ নেতা কৰ্মী
Boko, Kamrup | Nov 8, 2025 অন্নপ্ৰসন্ন খাই সন্ধিয়া ঘৰলৈ উভতাৰ পথত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছিল এহাল দম্পতীৰ। তেনে ক্ষেত্ৰত উক্ত পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ খবৰ লয় BJP নেতা ৰাজু মেছে।