নগাঁও: চামগুৰিৰ পূৱ লৰিৰমূখত এটা পথৰ বাবে জ্বলা কলা খাইছে সাধাৰণ জনতাই , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া
Nagaon, Nagaon | Nov 27, 2025 *চামগুৰিৰ পূৱ লৰিৰমূখত এটা পথৰ বাবে জ্বলা কলা খাইছে সাধাৰণ জনতাই* পথৰ দূৰৱস্থাৰ বাবেই বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছে জনতাই চামগুৰিৰ পূৱ লৰিৰমুখ গাঁৱৰ গান্ধী পথ বুলি জনা যায় এই পথটোক এই পথটো নতুন কৈ অন্তৰ্ভুক্ত হৈছে কলিয়াবৰ সমষ্টিত। কাঠপাৰা বজাৰৰ পৰা লাইলুৰি সংযোগী পথছোৱা হৈ পৰিছে ভয়াবহ অৱস্থা