ধুবুৰী ভাগ: গোলকগঞ্জত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ
দেশী জনগোষ্ঠীৰ লোক সকলক OBC প্ৰদান কৰক, গৰিয়া-মৰিয়া দেশী সকলৰ অতি সোনকালেই জৰীপ কৰক, গৰিয়া-মৰিয়া দেশী সকলক মাটিৰ পট্টা প্ৰদান কৰক, দেশী উন্নয়ন পৰিষদ গঠন কৰক, দেশী সকলক D Voter মুক্ত কৰক।