শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 'প্ৰেৰণা আঁচনি'ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'য় জলপানী। মাহে ৩০০ টকাকৈ ৪ মাহৰ বাবে প্ৰদান কৰা হ'য় এই জলপানী।ৰাজ্যৰ প্ৰায় ৪ লাখ ৪০ হাজাৰ শিক্ষাৰ্থীয়ে লাভ কৰে এই জলপানী।