Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

উত্তৰ লক্ষীমপুৰ: জহিং ,কয়লামাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে জিলা আৱকাৰী বিভাগৰ অভিযান, নষ্ট কৰে প্ৰায় ৫ হাজাৰ চুলাই মদ,উৎখাত কৰে কেইবাটাও ঘাটি

লখিমপুৰ জিলাৰ জহিং আৰু কয়লামাৰীত অঞ্চলত বৃহস্পতিবাৰে লখিমপুৰ জিলা আৱকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । সমান্তৰালভাৱে প্ৰায় ৫ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় লখিমপুৰ জিলা আৱকাৰী বিভাগে বুলি জানিব পৰা গৈছে ।

MORE NEWS