গৰৈমাৰী: গৰৈমাৰীৰ কানহাৰাৰ পৰা কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত গো সৰবৰাহকাৰী আক্ৰাম আলী
নিশা কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান। গৰৈমাৰীৰ কানহাৰাৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত গৰু সৰবৰাহকাৰী আক্ৰাম আলী। আক্ৰাম আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ১১২ টা গৰু। জব্দ কৰে এটা স্ক'ৰপিঅ বাহন আৰু ৯০ হাজাৰ টকা নগদ ধন। দীৰ্ঘদিনে আক্ৰাম আলীৰ বিৰুদ্ধে গৰু সৰবৰাহ কৰাৰ অভিযোগ আছিল।