ধুবুৰী ভাগ: গোলকগঞ্জত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগোল চন্দ্ৰ ৰায়েৰ সংবাদ মেল
যোৱা কালি বিধানসভাত ছয় জনগোষ্ঠীৰ প্ৰতিবেদন দাখিল কৰাক কেন্দ্ৰ কৰি গোলকগঞ্জত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগোল চন্দ্ৰ ৰায়েৰ সংবাদমেল।