বকো: বকোত ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ
Boko, Kamrup | Nov 30, 2025 কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থসাহায্যত বকোত আজি অনুষ্ঠিত ত্ৰয়োদশ বাৰ্ষিক জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ