হোজাই: গীতাআশ্ৰমত "SOPD আঁচনিৰ" অধীনত নিৰ্মাণ হোৱা গীতা আশ্ৰমৰ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰামকৃষ্ণ ঘোষ
Hojai, Hojai | Sep 16, 2025 মঙ্গলবাৰে বিয়লি প্ৰায় ৩বজাত হোজাই গীতা আশ্ৰমত "SOPD আঁচনিৰ" অধীনত নিৰ্মাণ হোৱা গীতা আশ্ৰমৰ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰামকৃষ্ণ ঘোষ।অনাগত দিনত উক্ত আঁচনি খনে নিশ্চিত ভাৱে সকলোঁ ৰাইজৰ যঠেষ্ট সুবিধা হোৱাৰ কথা অৱগত কৰে।ইফালে নিৰ্মাণ প্ৰক্ৰিয়াৰ মূল লক্ষ্য হল— সকলোৰে বাবে স্বাস্থ্যসম্মত পানী যোগান নিশ্চিত কৰা।আনফালে উদ্বোধনী অনুষ্ঠানৰ পাছত উপস্থিত ৰাইজৰ সৈতে উন্নয়ন আৰু গ্ৰামীণ সেৱাৰ ওপৰত সকলোৰ সৈতে মত বিনিময় কৰে বিধায়ক গৰাকীয়ে।