টেঙাখাত: টেঙাখাতৰ নতুন পেট্ৰ'ল পাম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, মহিলা,শিশুসহ তিনিজন গুৰুতৰভাৱে আহত
Tengakhat, Dibrugarh | Jul 14, 2025
টেঙাখাত লাহোৱাল বৰডুবি সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা । টেঙাখাতৰ নতুন পেট্ৰ'ল পাম্পৰ ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।...