ধুবুৰী ভাগ: পৰ্বতঝোৰাত UPPL দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত
আজি বিটিআৰৰ অন্তৰ্গত ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত UPPL দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন্ন কুমাৰ বৰ্মৰ হৈ পৰ্বতঝোৰাত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক জীৰন বসুমতাৰী। এইবাৰ বিটিআৰত আৰু পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত UPPL দলৰ প্ৰাৰ্থী জয় হব বুলি দাবী নেতা গৰাকীৰ ।