পলাশবাৰী: চাপৰত প্ৰশাসনে চলোৱা উচ্ছেদ দানৱীয়,অসংবিধানীক আখ্যা, বৰঝাৰ বিমানবন্দৰত মন্তব্য সাংসদ ৰুকিবুল হুছেইনৰ
Palasbari, Kamrup | Jul 8, 2025
ধুবুৰীৰ চাপৰত প্ৰশাসনে আজি যি উচ্ছেদ চলালে এই উচ্ছেদ দানৱীয়,অসংবিধানীক আখ্যা দিলে সাংসদ ৰুকিবুল হুছেইনে। মঙলবাৰে সন্ধিয়া...