মৰিয়নি: নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ
Mariani, Jorhat | Sep 17, 2025 নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ স্থান পৰিদৰ্শন জিলা আয়ুক্তৰ । বুধবাৰে বিয়লি প্ৰায় ৫ বাজি ৪৫ মিনিটত জিলা আয়ুক্ত গৰাকীয়ে পৰিদৰ্শন কৰে উক্ত স্থান । আজি যোৰহাট জিলা আয়ুক্তই ১৮ ছেপ্টেম্বৰত মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।