বকো: বকোত BJP ৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা উপস্থিত থাকে ৰাজ্যিক BJPৰ st মৰ্চাৰ উপ-সভাপতি ৰাজু মেছে।
Boko, Kamrup | Nov 27, 2025 বকো মণ্ডলৰ 34নং পূব লুকী পঞ্চায়তৰ অন্তৰ্গত 190 নং পূৰণমল জৈন ME School বুথত বুথ সভাপতি সত্যজিৎ ৰাভা ডাঙৰীয়াৰ উপস্থিতিত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহন কৰে ৰাজ্যিক BJPৰ ST মৰ্চাৰ উপ-সভাপতি ৰাজু মেছে।