নলবাৰী: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ,চহৰৰ ভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাক লৈ উখল মাখল পৰিবেশ
আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । বিশ্বকৰ্মা পূজাক লৈ উখল মাখল পৰিবেশ ।চৰকাৰী বেচৰকাৰী খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানত চলিছে বিশ্ব খনিকৰৰ পূজা । প্ৰতিবছৰে পালন কৰি অহাৰ দৰে এইবেলিও অসম শক্তি বিতৰণ কোম্পানীৰ নলবাৰীৰ প্ৰবন্ধকৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজাৰ আয়োজন ।