বকো: বামুণী গাঁৱত ৰাভা সংগঠনৰ লাইখুটা স্থাপন
Boko, Kamrup | Nov 3, 2025 অহা ২০,২১ ডিচেম্বৰ, ২০২৫ শনিবাৰ আৰু ৰবিবাৰে মিলাঘাটত হব লগা কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰি-বাৰ্ষিক আৰু বামুণীগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক বামুণীগাওঁ আঞ্চলিক ৰাভা মহিলা পৰিষদৰ চতুৰ্থ দ্বি-বাৰ্ষিক আৰু বামুণীগাওঁ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰে।