নগাঁও: জিলাৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ অভিযান , চুলাই বনোৱা সামগ্ৰী জব্দ
Nagaon, Nagaon | Nov 27, 2025 নগাঁও আৱকাৰী বিভাগৰ অভিযান , চুলাই বনোৱা সামগ্ৰী জব্দ নগাঁৱৰ বিভিন্ন স্থানত জিলা আৱকাৰী বিভাগৰ অভিযান। জিলা আবকাৰী বিভাগৰ পৰিদৰ্শক চন্দ্ৰ কুমাৰ বৰুৱাৰ নেতৃত্বত যোৱা এটি দলে নগাঁৱৰ সমীপৰ বৰভেটি,কাছমাৰী,শেনচোৱা,বেবেজীয়া,আদি অঞ্চলত চলাই অভিযান ।অৰ্তকিতে চলোৱা অভিযানত দলটোৱে ১৭০০ লিটাৰ চুলাই মদ বনোবা সামগ্ৰী,দহটা মদ বনোবাৰ যন্ত্ৰ, জব্দ কৰাৰ লগতে উদ্ধাৰ কৰা ১২০লিটাৰ চুলাই নষ্ট কৰে ৷ অভিযান কালত চুলাই বনোৱা সংক্ৰান্তত দুগৰাকী মহিলাক আটক কৰি গোচৰ ৰুজু কৰিচে জিলা আবকাৰ