পলাশবাৰী: বৰঝাৰ বিমান বন্দৰত অনা হয় ছহিদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰদেহ,ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছহিদ প্ৰাণেশ্বৰ কোচক
Palasbari, Kamrup | Jul 17, 2025
বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰত অনা হয় ছহিদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰদেহ। বিশেষ বিমানেৰে অনা হ’ল ছহিদগৰাকীৰ মৃতদেহ। বৰঝাৰ...