উত্তৰ লক্ষীমপুৰ: বাঘ সেনাৰ নেতা ইউনিছ তামুলীক অন্তিম সকিয়নি প্ৰদান নগৰত অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি চিৰঞ্জীৎ বৰদলৈ
বাঘ সেনাৰ নেতা ইউনিছ তামুলীক অন্তিম সকিয়নি প্ৰদান কৰিলে উত্তৰ লখিমপুৰ নগৰত বুধবাৰে লখিমপুৰ জিলা অসমীয়া যুৱ মঞ্চৰ সভাপতি চিৰঞ্জীৎ বৰদলৈ ।বঙালমৰাত আহি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা ইউনিছক আৰু কি কি সকিয়নি দিলে অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি চিৰঞ্জীৎ বৰদলৈয়ে জানোচোন আহক ।