বকো: ছয় জনগোষ্ঠীৰ জাতিকৰণক লৈ বকোত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
Boko, Kamrup | Nov 30, 2025 ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বকোত অৱৰোধ কৰি অসম বিধানসভাত উত্থাপন হোৱা প্ৰতিবেদন খন বিৰোধিতা কৰি দাহন কৰে প্ৰতিবাদকাৰী সকলে। উল্লেখযোগ্য যে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ নচলিব,অসম চৰকাৰ হায় হায়,ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।