ধুবুৰী ভাগ: চহৰৰ মাজ মাজিয়া স্থিত জোৰা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন
ঐতিহাসিক ধুবুৰী চহৰৰ অতিকৈ পুৰনি মন্দিৰ জোৰা মন্দিৰ ৷ এই শিৱ পাৰ্বতী মন্দিৰ খন প্ৰায় ১০০ বছৰ অতিক্ৰম কৰিলে। এই মন্দিৰৰ আজি প্ৰতিষ্ঠান দিৱস পালন কৰে ভক্ত সকলে । এই প্ৰতিষ্ঠা দিৱস উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে । আজিৰ এই অনুষ্ঠানত মন্দিৰ কমিটিৰ লগতে স্থানীয় ৰাইজ আৰু ভক্ত সকলে উপস্থিত থাকে ৷