ধুবুৰী ভাগ: নিৰ্বাচনৰ পুৰ্বেই কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI’ৰ জিলা সভাপতি নিযুক্তিত খেলিমেলিৰ অভিযোগত ধুবুৰীত সংবাদমেল
অভিযোগ অনুসৰি এন এছ ইউ আই ৰ জিলা সভাপতিৰ নূন্যতম বয়স ২৭ বছৰ হব লাগে যদিও কিবা বিশেষ কাৰণবশত ২৮ বছৰ হব পাৰে কিন্তু যিজন এন এছ ইউ আই ৰ জিলা সভাপতি পদত অধিষ্ঠিত হৈছে তেওঁৰ বয়স ৩০ ৰ উৰ্ধৰ আৰু তেওঁ কলেজৰ ছাত্ৰ নহয় ওলোটা যুৱ কংগ্ৰেছৰ সদস্যক NSUI’ৰ সভাপতি পাতি দিয়াক লৈ ক্ষোভ ৰাজ্যিক নেতৃত্বতৰ বিৰুদ্ধে।