Public App Logo
Jansamasya
National
Delhi
Digitalindia
Didyouknow
Pmmsy
Constitutionday
Matsyasampadasesamriddhi
Fitwithfish
Fisheries
Nfdp
Indianconstitution
Samvidhandivas
Fidfimpact
Kisancreditcard
Valueaddition
South_delhi
North_delhi
Vandemataram
Dahd
West_delhi
North_west_delhi
Haryana
���ीएसटी
Cybersecurityawareness
Nextgengst
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri

নগাঁও: কলংনৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Nagaon, Nagaon | Dec 2, 2025
নগাঁৱৰ কলংনৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ। একাংশ লোকে নগাঁৱৰ ভূঞাপট্টিৰ সমিপত কলংনৈত এটা পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লাগে। পৰৱৰ্তী সময়ত স্থানীয় লোকে নগাঁও আৰক্ষীক খবৰ দিয়ে । লগে-লগে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্বাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৃতদেহটো বৰ্তমানেও চিনাক্ত হোৱা নাই ।

MORE NEWS