আজি অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ পঞ্চম দিন, চচলৰ ধৰ্ণাস্থলীত সংযুক্ত মণিপুৰী সংস্থা অসমে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।সংযুক্ত মণিপুৰী সংস্থা অসমে অসমৰ মণিপুৰী সম্প্রদায় সকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা আৰু অসমৰ মণিপুৰী সম্প্রদায় সকলক ভৈয়াম জনজাতি প্ৰদান কৰা আদিকে ধৰি আন কেইবাটাও দফীয়া দাবী তুলি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।