পলাশবাৰী: দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই
পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মনিয়েৰী তিনিআলি স্থিত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ মহাৰজত জয়ন্তী উপলক্ষে উলিওৱা "বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা"ত অংশগ্ৰহণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই