আজিৰে পৰা সমগ্ৰ অসমতে অচল ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱা,১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা। চচলৰ ধৰ্ণা স্থলীত সমবেত সহস্ৰাধিক ১০৮ৰ কৰ্মচাৰী ।কেইবাদফীয়া দাবীৰে প্ৰতিবাদত বহিছে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই।চাকৰি নিয়মীয়াকৰণ, সম কামৰ সম দৰমহা, চাকৰিৰ সুৰক্ষা আদিৰ দাবীত এই প্ৰতিবাদ। কেইবাদফীয়া দাবীৰে প্ৰতিবাদত বহিছে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই।চাকৰি নিয়মীয়াকৰণ, সম কামৰ সম দৰমহা, চাকৰিৰ সুৰক্ষা আদিৰ দাবীত এই প্ৰতিবাদ।