ধুবুৰী ভাগ: গোলকগঞ্জত অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰাৰ লগতে কেইবাটাও দাবীত আছুৰ বিক্ষোভ
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ ধুবুৰী জিলা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোলকগঞ্জত বিক্ষোভ কাৰ্সূচী পালন। অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ সমাধানৰ দাবীত বিক্ষোভ প্রদর্শন কৰা হয়।