ছয়গাঁও: বিহাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ
বিহাৰত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰিবলৈ উপস্থিত হয় ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতত তেওঁ ৰাইজক উদেশ্য কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।