বাক্সা: গোৱৰ্দ্ধনাত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত
Baska, Baksa | Sep 16, 2025 গোৱৰ্দ্ধনাত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত ।আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ গৌতম দাসৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু দলীয় কাৰ্যকৰ্তা সকলে উপস্থিত থাকে ।আগন্তুক বিটিচি নিৰ্বাচন মথনগুৰী পৰিষদীয় সমষ্টিৰ পৰা জয়ী কৰা বাবে ৰাইজক আহ্বান জনায় ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসে ।