বঙাইগাঁও ভাগ: মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে চহৰত কটকটীয়া নিৰাপত্তা বেষ্টনী আৰক্ষীৰ
মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বঙাইগাঁও চহৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে। বঙাইগাঁও চহৰৰ বিভিন্ন প্ৰান্তত জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তালাচি অভিযান। কোনো দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে সেইবাবে এই তলাচি চলোৱা হয়।