Latest News in Rangia Part (Local videos)
ৰঙিয়া ভাগ: ৰঙিয়াৰ মুৰাৰাত নৃশংস হত্যাকাণ্ড, স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ, ঘটনা সংঘটিত কৰিয়েই পলায়ন স্বামীৰ,উপস্থিত আৰক্ষী
Rangia Part, Kamrup | Jul 3, 2025
shivbhakti
Follow
Share
Next Videos
ৰঙিয়া ভাগ: মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাক লৈ ৰঙিয়াত বিজেপিৰ তীব্ৰ প্ৰতিবাদ,শতাধিক বিজেপিৰ নেতা কৰ্মীৰ অংশগ্ৰহণ
shivbhakti
Rangia Part, Kamrup | Jul 1, 2025
ৰঙিয়া ভাগ: 'কংগ্ৰেছ দলে হতাশা আৰু হীনমন্যতাত ভুগি ক'ত কি কৰিছে তাৰ হিচাপ নাই', ৰঙিয়াত মন্তব্য বিধায়ক ভবেশ কলিতাৰ
shivbhakti
Rangia Part, Kamrup | Jul 1, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,কেইবাখনো হোটেলত চলিল আৰক্ষীৰ অভিযান, আটক হোটেলৰ মালিক
shivbhakti
Rangia Part, Kamrup | Jul 1, 2025
ৰঙিয়া ভাগ: ৰঙিয়াৰ ৰাজপথত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ,মন্ত্ৰী জয়ন্ত মল্লৰ পুত্তলিকা দাহ,এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত প্ৰতিবাদ
shivbhakti
Rangia Part, Kamrup | Jun 30, 2025
ৰঙিয়া ভাগ: ৰঙিয়া ৰে'ল ষ্টেচনত অপৰিকল্পিত ব্যৱস্থা, স্বচ্ছতাৰ নামত কোটি কোটি টকা, নাই প্ৰস্ৰাৱগাৰ,যাত্ৰীৰ মাজত হাহাকাৰ
#jansamasya
shivbhakti
Rangia Part, Kamrup | Jun 29, 2025
ৰঙিয়া ভাগ: 'জয়ন্ত মল্ল গৰু চোৰ,পত্নী প্ৰেম ত্যাগ কৰক',ৰঙিয়াত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে কামৰূপ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
shivbhakti
Rangia Part, Kamrup | Jun 28, 2025
ৰঙিয়া ভাগ: ৩০০ নহয় ৪১০টা গীৰ গাই অনা হৈছিল গুজৰাটৰ পৰা,ৰঙিয়াত সংবাদমেলত এই বিস্ফোৰক তথ্য কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীৰ
shivbhakti
Rangia Part, Kamrup | Jun 28, 2025
ৰঙিয়া ভাগ: ৰঙিয়াৰ হাঁহাৰাত ড্ৰাগছ আসক্ত যুৱকক উত্তম মাধ্যম সোধাই ৰাইজে গতালে আৰক্ষীক
shivbhakti
Rangia Part, Kamrup | Jun 27, 2025
ৰঙিয়া ভাগ: ৰঙিয়াৰ মৰাণজানাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দা চাৰিচকীয়া বাহনৰ,সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি চালকক
shivbhakti
Rangia Part, Kamrup | Jun 26, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত ড্ৰাগছ আসক্তই ৫০০ টকাৰ বাবে জ্বলাই দিলে নিজৰ ঘৰ, জ্বলি ছাৰখাৰ মূল্যৱান সা-সামগ্ৰী তথা বিভিন্ন নথি-পত্ৰ
shivbhakti
Rangia Part, Kamrup | Jun 24, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত কংগ্ৰেছ নেতা প্ৰাণজিত চৌধুৰীৰ নেতৃত্বত সাংগঠনিক সভা
shivbhakti
Rangia Part, Kamrup | Jun 23, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,তীব্ৰবেগী ট্ৰাকৰ খুন্দা বাইকত,কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ
shivbhakti
Rangia Part, Kamrup | Jun 23, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত সোণৰ গহণাৰ বিপণীৰ মালিকৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ গ্ৰাহকৰ, গহণা নিৰ্মাণৰ বাবে আগধন লৈ আত্মগোপন দোকানীৰ
shivbhakti
Rangia Part, Kamrup | Jun 22, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত বিধায়ক ভৱেশ কলিতাৰ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ,স্থানীয় ৰাইজৰ লগতে দলীয় কাৰ্যকর্তা সকলৰ অংশগ্ৰহণ
shivbhakti
Rangia Part, Kamrup | Jun 21, 2025
ৰঙিয়া ভাগ: পত্নী অপহৰণৰ কথা সম্পূৰ্ণ মিছা বুলি ৰঙিয়াত মন্তব্য বিধায়ক ভৱেশ কলিতাৰ, পত্নী ঘৰতে সুকলমে আছে বুলি উল্লেখ বিধায়কগৰাকীৰ
shivbhakti
Rangia Part, Kamrup | Jun 20, 2025
ৰঙিয়া ভাগ: বিগত ৬ দিনে সন্ধানহীন ৰঙিয়াৰ সীমান্ত ডেকা, ৰঙিয়া থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ, দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ
shivbhakti
Rangia Part, Kamrup | Jun 20, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত অঘটন, জ্যেষ্ঠ ভগ্নী আৰু ভাগিনীয়েকক ঘপিয়ালে শুক্লেশ্বৰ বড়োৱে, কাউৰবাহা আৰক্ষী চকীত আত্মসমৰ্পণ অভিযুক্তৰ
shivbhakti
Rangia Part, Kamrup | Jun 19, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান বহু কংগ্ৰেছীৰ, পৌৰসভাৰ ৯ নং আৰু ১০নং ৱাৰ্ডৰ পাৰিষদৰ বিজেপিত যোগদান
shivbhakti
Rangia Part, Kamrup | Jun 18, 2025
ৰঙিয়া ভাগ: ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতত হত্যাৰ গোচৰত বিপুল ডেকাক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান
shivbhakti
Rangia Part, Kamrup | Jun 18, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ,মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
shivbhakti
Rangia Part, Kamrup | Jun 17, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
shivbhakti
Rangia Part, Kamrup | Jun 16, 2025
ৰঙিয়া ভাগ: চৰকাৰে মধ্যাহ্ন ভোজন অক্ষয় পাত্ৰক হস্তান্তৰ কৰাক লৈ ৰঙিয়াত অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্নভোজন কৰ্মচাৰী সন্থাৰ সংবাদমেল
shivbhakti
Rangia Part, Kamrup | Jun 15, 2025
ৰঙিয়া ভাগ: ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে, আজি ৰঙিয়াত উপস্থিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
shivbhakti
Rangia Part, Kamrup | Jun 14, 2025
ৰঙিয়া ভাগ: ৰঙিয়া ৰে'ল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ
shivbhakti
Rangia Part, Kamrup | Jun 14, 2025
Load More
Contact Us
Your browser does not support JavaScript!