Latest News in North Lakhimpur (Local videos) | Public App
উত্তৰ লক্ষীমপুৰ: নধলাত সোৱণশিৰি নৈত অঘটন বক্ষত এজন ৮ বছৰীয়া কিশোৰৰ মৃত্যু সৃষ্টি হয় চাঞ্চল্যৰ
North Lakhimpur, Lakhimpur | Jun 2, 2025
ziaulali
Follow
Share
Next Videos
উত্তৰ লক্ষীমপুৰ: পাচনৈত বানাক্ৰান্তৰ কাষত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
ziaulali
North Lakhimpur, Lakhimpur | Jun 2, 2025
উত্তৰ লক্ষীমপুৰ: আমতলাৰ বনিয়া গাঁৱত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ঘৰৰ ওপৰত বাগৰি পৰে এখন ডাম্পাৰ, কথমপি প্ৰাণৰক্ষা কেইবাজনৰ
ziaulali
North Lakhimpur, Lakhimpur | Jun 2, 2025
উত্তৰ লক্ষীমপুৰ: লীলাবাৰীত নীপকো কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, উপস্থিত থাকে বিধায়ক মানৱ ডেকা
ziaulali
North Lakhimpur, Lakhimpur | Jun 2, 2025
উত্তৰ লক্ষীমপুৰ: আমতলাত বন্যাৰ্তৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বানাক্ৰান্তৰ সমস্যাৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে
ziaulali
North Lakhimpur, Lakhimpur | Jun 2, 2025
উত্তৰ লক্ষীমপুৰ: পহুমৰাত বানপানীৰ ফলত অনিষ্ট হোৱা বাট-পথ মেৰামতিৰ দাবীত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত
ziaulali
North Lakhimpur, Lakhimpur | Jun 1, 2025
উত্তৰ লক্ষীমপুৰ: পহুমৰাত বানাক্ৰান্তৰ সমস্যাৰ বুজ ল'লে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই
ziaulali
North Lakhimpur, Lakhimpur | Jun 1, 2025
উত্তৰ লক্ষীমপুৰ: আমতলাত অপৰিৱৰ্তিত বান পৰিস্থিতি, ৰঙানদীৰ মথাউৰি ছিগাৰ ফলত বানাক্ৰান্ত প্ৰায় ১২শ পৰিয়াল
ziaulali
North Lakhimpur, Lakhimpur | Jun 1, 2025
উত্তৰ লক্ষীমপুৰ: ঘূণাসুতিৰ মৰা সোৱণশিৰিত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং ডুব গ'ল পানীৰ তলত, সমস্যাত পৰিছে প্ৰায় ৫ শতাধিক ৰাইজ
#jansamasya
ziaulali
North Lakhimpur, Lakhimpur | Jun 1, 2025
উত্তৰ লক্ষীমপুৰ: আমতলাত ছিঙিল ৰঙানদীৰ মথাউৰি, ভয়াৱহ বানৰ কৱলত মাজৰচাপৰি, আমতলা, নেপালী গাঁৱকে ধৰি বৃহত্তৰ এলেক
ziaulali
North Lakhimpur, Lakhimpur | May 31, 2025
উত্তৰ লক্ষীমপুৰ: পহুমৰাৰ ন-ভঙনীয়া আৰু ডাম্বুকিয়ালত ৰঙানদীৰ বাঢ়নী পানীত ঘৰৰ ভিতৰত আৱদ্ধ হৈ দুজন লোকৰ মৃত্যু
ziaulali
North Lakhimpur, Lakhimpur | May 31, 2025
উত্তৰ লক্ষীমপুৰ: নীপকোৱে পানীএৰি দিয়াৰ পাছত লখিমপুৰত সৃষ্টি হৈছে জলপ্ৰলয়ৰ,গেন্ধালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী
ziaulali
North Lakhimpur, Lakhimpur | May 31, 2025
উত্তৰ লক্ষীমপুৰ: পেটুকাজানৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত মহীয়সী জয়মতী সাংস্কৃতিক প্ৰকল্প আধাৰশিলা স্থাপন,উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
ziaulali
North Lakhimpur, Lakhimpur | May 30, 2025
উত্তৰ লক্ষীমপুৰ: ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এক নং গেটেৰে ১২৫০ মিঃমিঃ পানী এৰিছে নিপকুৱে,নামনি নৈ পৰীয়া ৰাইজক সতৰ্কতাবাণী লখিমপুৰত প্ৰশাসনৰ
ziaulali
North Lakhimpur, Lakhimpur | May 30, 2025
উত্তৰ লক্ষীমপুৰ: নগৰত বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় সভাকক্ষত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, উপস্থিত বিধায়ক মানৱ ডেকা
ziaulali
North Lakhimpur, Lakhimpur | May 30, 2025
উত্তৰ লক্ষীমপুৰ: নগৰৰ শনিমন্দিৰত তিনি কিশোৰক চুৰি কাৰ্যত লিপ্তৰ অভিযোগত শাৰিৰীক নিৰ্যাতন চলাই লখিমপুৰ আৰক্ষীৰ জালত দুজন
ziaulali
North Lakhimpur, Lakhimpur | May 29, 2025
উত্তৰ লক্ষীমপুৰ: লখিমপুৰৰ বাইপাছত অবৈধ ভাৱে বালি কঢ়িয়াই নিয়া ডাম্পাৰ জব্দ উত্তৰ লখিমপুৰ আঞ্চলিক বন কৰ্মী দলৰ
ziaulali
North Lakhimpur, Lakhimpur | May 29, 2025
উত্তৰ লক্ষীমপুৰ: নগৰৰ শনিমন্দিৰ চৌহদত তিনি কিশোৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ ,দৃশ্য ভাইৰেল সামাজিক মাধ্যমত
ziaulali
North Lakhimpur, Lakhimpur | May 29, 2025
উত্তৰ লক্ষীমপুৰ: এনাইঘৰীয়াত বৃহৎ পৰিমাণৰ শিমলু আৰু মজ কাঠ জব্দ উত্তৰ লখিমপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীৰ দলৰ
ziaulali
North Lakhimpur, Lakhimpur | May 29, 2025
উত্তৰ লক্ষীমপুৰ: নগৰত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আন্তৰ্জাতিক ঋতুস্ৰাৱ স্বচ্ছতা দিৱস উদযাপন
ziaulali
North Lakhimpur, Lakhimpur | May 28, 2025
উত্তৰ লক্ষীমপুৰ: প্রতি প্লেট কণীৰ দাম ৩০ টকাকৈ বৃদ্ধি হোৱাকলৈ উত্তৰ লখিমপুৰত উদ্বেগ প্ৰকাশ জিলা সচেতন নাগৰিক সমাজৰ সম্পাদকৰ
ziaulali
North Lakhimpur, Lakhimpur | May 28, 2025
উত্তৰ লক্ষীমপুৰ: নগৰৰ সদৰ থানাৰ চৌহদত নাগৰিক সমিতি ভৱনৰ আধাৰশিলা স্থাপন, উপস্থিত বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক
ziaulali
North Lakhimpur, Lakhimpur | May 28, 2025
উত্তৰ লক্ষীমপুৰ: নগৰৰ চি ডি ৰোডত অগ্নিকাণ্ডৰ ঘটনা, ৰখাই থোৱা ই-ৰিক্সাত শ্বটচাৰকিটৰ ফলত এই অগ্নিকাণ্ড , সৃষ্টি হয় চাঞ্চল্যৰ
ziaulali
North Lakhimpur, Lakhimpur | May 27, 2025
উত্তৰ লক্ষীমপুৰ: ভাইমন দা ছবি ফেচবুকত লাইভ দি আৰক্ষীৰ আলহী নাওবৈচাৰ যুৱক, নগৰৰ সদৰ থানাত এজাহাৰ দাখিল যুৱক জনৰ বিৰুদ্ধে সচেতন যুৱকৰ
ziaulali
North Lakhimpur, Lakhimpur | May 27, 2025
উত্তৰ লক্ষীমপুৰ: ডিজু চাপৰি গাঁৱত দুটা চোৰি গৰুৰ সৈতে এজন গৰু চুৰক আটক কৰি জহিং আৰক্ষীক গটালে ডিজু চাপৰি গাওঁৰক্ষী বাহিনীয়ে
ziaulali
North Lakhimpur, Lakhimpur | May 27, 2025
Load More
Contact Us
Your browser does not support JavaScript!