Latest News in Nazira (Local videos)
নাজিৰা: শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে পহুচূঙী দেওধাই গাঁৱৰ এজন যুৱক,শিমলুগুৰি থানাত পৰিয়ালৰ নিৰুদ্দেশ সম্পৰ্কীয় জাননী
Nazira, Sivasagar | Jul 3, 2025
publicamguri
Follow
Share
Next Videos
নাজিৰা: ঐতিহাসিক ধোদৰ আলি সংযোগী খামুন অভয়পুৰীয়া পথ নিৰ্মাণৰ বাবে দহ দিনৰ সময়সীমা বান্ধি দিলে সংগ্ৰামী সেনা অসমে
publicamguri
Nazira, Sivasagar | Jul 1, 2025
নাজিৰা: গেলেকীৰ সুন্দৰলাল একাডেমীৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হল এজন বাইক আৰোহী
publicamguri
Nazira, Sivasagar | Jun 29, 2025
নাজিৰা: নামদাং শিলৰ সাঁকোৰ সমীপত কৰুণ মৃত্যুক সাৱটি লোৱা শিশুৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী নামতিত সংগ্ৰামী সেনা অসমৰ
publicamguri
Nazira, Sivasagar | Jun 29, 2025
নাজিৰা: মাজ নিশা নাজিৰা গড় আলি চাৰি আলিত চোৰে ছাগলী চোৰ কৰিবলৈ অহা চোৰৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচিটিভ কেমেৰাত
publicamguri
Nazira, Sivasagar | Jun 28, 2025
নাজিৰা: ব্যস্ততাৰ অজুহাতৰ পৰা মুক্ত হওক যোৰহাট লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ,মেজেঙাত এই মন্তব্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ
publicamguri
Nazira, Sivasagar | Jun 26, 2025
নাজিৰা: গেলেকীত কিশোৰীৰ সৈতে অপকৰ্ম কৰি আটক হোৱা যুৱকক আদালতলৈ প্ৰেৰণ গেলেকী আৰক্ষীৰ
publicamguri
Nazira, Sivasagar | Jun 24, 2025
নাজিৰা: নাজিৰাৰ অ এন জি চি ৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত বীৰ লাচিত সেনা অসমৰ প্ৰতিবাদ সাব্যস্ত
publicamguri
Nazira, Sivasagar | Jun 23, 2025
নাজিৰা: ঐতিহাসিক খৰিকটিয়া আলিত বাহনৰ খুন্দাত থিতাতে নিহত হল পশুধন
publicamguri
Nazira, Sivasagar | Jun 22, 2025
নাজিৰা: আহমেদাবাদত ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা নাজিৰাৰ শিৱালী কাশ্যপৰ গৃহত মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা
publicamguri
Nazira, Sivasagar | Jun 21, 2025
নাজিৰা: ভটিয়াপাৰ বাৰী চুকৰ অএনজিচিৰ গেছ নিৰ্গমনক লৈ নাজিৰাস্থিত অ,এন,জি,চিৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে আটাছু আৰু বাৰীচুকৰ ৰাইজে
publicamguri
Nazira, Sivasagar | Jun 21, 2025
নাজিৰা: ১৮ জুনত শিমলুগুৰিত বজাৰ কৰিবলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে গেলেকীৰ জংঘল বৰহোলাৰ এগৰাকী বোৱাৰী
publicamguri
Nazira, Sivasagar | Jun 21, 2025
নাজিৰা: নাজিৰাত নৱ গঠিত নাজিৰা সাংবাদিক মঞ্চৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন,উপস্থিত নাজিৰাৰ তথ্য আৰু জনসংযোগ বিষয়া
publicamguri
Nazira, Sivasagar | Jun 20, 2025
নাজিৰা: ১৪ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে মেজেঙা সাতচৈ গ্ৰাণ্টৰ এগৰাকী মহিলাই
publicamguri
Nazira, Sivasagar | Jun 20, 2025
নাজিৰা: বিজেপিৰ সৈতে মিতিৰালি থকা তৈলখাদৰ মালিকক গ্ৰেপ্তাৰ ক্ষতিগ্ৰস্ত লোকৰ উচিত ক্ষতিপূৰণৰ দাবীত নাজিৰাত প্ৰতিবাদী কাৰ্যসূচী
publicamguri
Nazira, Sivasagar | Jun 19, 2025
নাজিৰা: ১৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা গেলেকী চাংমাই গাঁৱৰ এজন ব্যক্তিৰ সন্ধান ওলাল আঠখেল চাহ বাগিছাত
publicamguri
Nazira, Sivasagar | Jun 19, 2025
নাজিৰা: এজাক বৰষুণতেই পানীত ডুব যায় গেলেকী বামুণ গাঁও, যন্ত্ৰণাদায়ক জীৱন অতিবাহিত ৰাইজৰ
#jansamasya
publicamguri
Nazira, Sivasagar | Jun 19, 2025
নাজিৰা: গেছ নিৰ্বাপণ কৰিব নোৱাৰা অ'এনজিচিৰ বিৰুদ্ধে নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
publicamguri
Nazira, Sivasagar | Jun 18, 2025
নাজিৰা: ১৫ জুনৰ পৰা নিৰুদ্দেশ গেলেকী চাংমাই গাঁৱৰ এজন ব্যক্তি,গেলেকী আৰক্ষী থানাত পৰিয়ালৰ দাখিল নিৰুদ্দেশ সম্পৰ্কীয় জাননী
publicamguri
Nazira, Sivasagar | Jun 17, 2025
নাজিৰা: গেলেকী আৰক্ষীৰ বৃহৎ সফলতা,অএনজিচিৰ চুৰি সামগ্ৰী মিছাজানৰ এটা পুখুৰীত উদ্ধাৰ কৰে
publicamguri
Nazira, Sivasagar | Jun 16, 2025
নাজিৰা: ২ জনীয়া শিক্ষকেৰে মেজেঙা বনুৱা প্ৰাথমিক বিদ্যালয়ত চলিছে ৬টাকৈ শ্ৰেণীত পাঠদান, শৈক্ষিক দিশত সমস্যাৰ সৃষ্টি
#jansamasya
publicamguri
Nazira, Sivasagar | Jun 16, 2025
নাজিৰা: মেকিপুৰত নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় বিজেপিৰ নাজিৰা মণ্ডলৰ উপ সভাপতি দিগন্ত মহন্তই
publicamguri
Nazira, Sivasagar | Jun 14, 2025
নাজিৰা: আহমেদাবাদত ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি লোৱা শিৱালী কাশ্যপৰ মৃতদেহ নাজিৰাৰ স্বগৃহ পায়হি,শোকাকুল পৰিৱেশ নাজিৰাত
publicamguri
Nazira, Sivasagar | Jun 13, 2025
নাজিৰা: বিহুবৰত চুৰি বাইকসহ দুটা চোৰক আটক কৰিলে বিহুবৰ আৰক্ষীয়ে
publicamguri
Nazira, Sivasagar | Jun 12, 2025
নাজিৰা: মেজেঙাত ৰে'লৰ খুন্দাত থিতাতে নিহত বাৰেঘৰ সত্ৰৰ এজন লোক
publicamguri
Nazira, Sivasagar | Jun 12, 2025
Load More
Contact Us
Your browser does not support JavaScript!