Latest News in Moran (Local videos)
মৰাণ: খোৱাং হালধিবাৰীৰ ২ নং আহোম গাঁৱৰ পশু চিকিৎসালয়ৰ দুৰৱস্থা, নাই চিকিৎসক-কৰ্মচাৰী, সমস্যাত ৰাইজ
#jansamasya
Moran, Dibrugarh | Jul 3, 2025
usr509065
Follow
Share
Next Videos
মৰাণ: খামতিঘাট দলঙৰ ওচৰৰ পথৰ কাষত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ, খোৱাং আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
usr509065
Moran, Dibrugarh | Jul 3, 2025
মৰাণ: গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ কংগ্ৰেছ কৰ্মীয়ে পানীৰ বটল দলিওৱা ঘটনাক মৰাণত তীব্ৰ ভাষাৰে গৰিহণা মন্ত্ৰী বিমল বৰাৰ
usr509065
Moran, Dibrugarh | Jun 30, 2025
মৰাণ: জ্যোতিপুৰত অনুষ্ঠিত শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই
arindram93
Moran, Dibrugarh | Jun 29, 2025
মৰাণ: মৰাণৰ ট্ৰেফিক পইণ্টত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী প্ৰতিমূৰ্তী দাহ কৰি যুৱ কংগ্ৰেছ প্ৰতিবাদ
usr509065
Moran, Dibrugarh | Jun 29, 2025
মৰাণ: মৰাণৰ চাৰিলেনযুক্ত পথত জৰুৰী অৱতৰন কৰিব যুদ্ধ বিমান, জৰুৰী অৱতৰন সেৱা অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে
usr509065
Moran, Dibrugarh | Jun 29, 2025
মৰাণ: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰী হোৱাৰ যোগ্যতা নাইঃ মৰাণত ক'লে অসম জাতীয় গণ মঞ্চৰ সম্পাদক অকণ ভূঞাই
usr509065
Moran, Dibrugarh | Jun 29, 2025
মৰাণ: সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ক্ষমা খুজিবলৈ মৰাণত দাবী জনালে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে
usr509065
Moran, Dibrugarh | Jun 28, 2025
মৰাণ: ২৬-ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হ'বলৈ তিলৈত দলীয় কৰ্মীৰ প্ৰতি আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে
usr509065
Moran, Dibrugarh | Jun 27, 2025
মৰাণ: মৰাণৰ গাভৰু আলিৰ দুৰৱস্থাৰ পাছতে টেপৰচালিবামতবিধ্বস্ত পথতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষোভিত ৰাইজে
usr509065
Moran, Dibrugarh | Jun 27, 2025
মৰাণ: মৰাণত সংঘটিত হ'ল ভয়ংকৰ ঘটনা,ফটিকাছোৱাত ব্ৰজপাত পৰি জ্বলি গ'ল এটা ফাৰ্নিছাৰৰ কাৰখানা
usr509065
Moran, Dibrugarh | Jun 27, 2025
মৰাণ: মিঠাইত ভেঁকুৰ ওলোৱাক লৈ মৰাণৰ মনভৰি হোটেলত উত্তপ্ত পৰিস্থিতি , গ্ৰাহকে জবাবদিহি কৰিলে হোটেল কৰ্তৃপক্ষক
usr509065
Moran, Dibrugarh | Jun 26, 2025
মৰাণ: বৃহৎ আৰক্ষীৰ দল লগত লৈ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে মৰাণৰ কেইবাটাও স্থানত চলিল মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ তীব্ৰ অভিযান
usr509065
Moran, Dibrugarh | Jun 24, 2025
মৰাণ: বাঁহবাৰী নামঘৰৰ চৌহদতেই বিজেপি দলে অনুষ্ঠিত কৰিলে যোগদান কাৰ্যসূচী, উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ
usr509065
Moran, Dibrugarh | Jun 24, 2025
মৰাণ: পথ নহয় যেন পুখুৰী, ঐতিহাসিক বৰফুকন আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক
#jansamasya
usr509065
Moran, Dibrugarh | Jun 24, 2025
মৰাণ: খাদ্য বিষক্ৰিয়া হৈ শিশু, মহিলাসহ অৰ্ধশতাধিক অসুস্থ হোৱা ঘটনাক লৈ লেঙেৰীৰ ৩নং ঠেঙাল গাঁৱত অব্যাহত আছে আতংক
usr509065
Moran, Dibrugarh | Jun 23, 2025
মৰাণ: ঝলমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা অচিনাক্ত লোকৰ চিকিৎসালয়ত মৃত্যু
usr509065
Moran, Dibrugarh | Jun 23, 2025
মৰাণ: খোৱাঙৰ ৩ নং ঠেঙাল গাঁৱত শুদ্ধি সকামৰ মাহ-প্ৰসাদ খাই শিশু, মহিলাসহ অসুস্থ অৰ্ধশতাধিক, হাহাকাৰ লাগিছে অঞ্চলটোত
usr509065
Moran, Dibrugarh | Jun 22, 2025
মৰাণ: মৰণফান্দত পৰিণত হৈছে লেজাই কলাখোৱা সংযোগী পথৰ লালমাটি ৰেলৱে ক্ৰচিং সুৰংগ, সমস্যাত সহস্ৰাধিক যাত্ৰী
#jansamasya
arindram93
Moran, Dibrugarh | Jun 22, 2025
মৰাণ: তিলৈ গ্ৰাম্য বজাৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপি খোৱাং মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ বিধায়ক চক্ৰধৰ গগৈৰ
arindram93
Moran, Dibrugarh | Jun 22, 2025
মৰাণ: ৰাইজৰ উপস্থিতিত ন-পথাৰ নগাঁৱৰ নামঘৰ আটকধুনীয়াকৈ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
usr509065
Moran, Dibrugarh | Jun 21, 2025
মৰাণ: মৰাণ আৰু খোৱাঙতো অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় যোগ দিৱস, অংশ ল'লে বিধায়ক আৰু জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষই
usr509065
Moran, Dibrugarh | Jun 21, 2025
মৰাণ: খোৱাং সমজিলাৰ কাৰ্যালয়ত সমজিলা আয়ুক্তৰ উপস্থিতিত নিৰ্মীয়মান আদৰ্শ অংগণবাড়ী কেন্দ্ৰৰ কাম কাজৰ বুজ লয় বিধায়ক চক্ৰধৰ গগৈ
arindram93
Moran, Dibrugarh | Jun 20, 2025
মৰাণ: হালমাৰী চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি, বাগিচাৰ বাহিৰৰ যুৱকক নিযুক্তি দিব বিচৰাক লৈ কাৰ্যালয় ঘেৰাও শতাধিক শ্ৰমিকৰ
usr509065
Moran, Dibrugarh | Jun 20, 2025
মৰাণ: জাঁজীমুখ গাঁৱত দিহিং নৈৰ গৰাখহনীয়াৰ বুজ লয় ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই
arindram93
Moran, Dibrugarh | Jun 19, 2025
Load More
Contact Us
Your browser does not support JavaScript!