Latest News in Margherita (Local videos)
মাৰ্ঘেৰিটা: ডিগবৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গোলাই পঞ্চায়তৰ দহ গৰাকী নিৰ্বাচিত সদস্যৰ বিধায়ক সুৰেন ফুকনৰ উপস্থিতিত শপত বাক্য পাঠ
Margherita, Tinsukia | Jul 3, 2025
jerina7
Follow
Share
Next Videos
মাৰ্ঘেৰিটা: বৰবিল আৰু দুৱাৰমাৰা পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শপত গ্ৰহণ
jerina7
Margherita, Tinsukia | Jul 2, 2025
মাৰ্ঘেৰিটা: ডিগবৈৰ বাপ্পা দাস নামৰ যুৱকৰ নিৰুদ্দেশৰ ঘটনা, কামাখ্যাৰ অম্বুবাচী মেলালৈ গৈ ২৫ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন
jerina7
Margherita, Tinsukia | Jul 2, 2025
মাৰ্ঘেৰিটা: বগাপানী আৰু বুঢ়ীদিহিং পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ ডিগবৈ উন্নয়ন খণ্ড কাৰ্যালয়ত শপত গ্ৰহণ
jerina7
Margherita, Tinsukia | Jul 1, 2025
মাৰ্ঘেৰিটা: বৰডুমচাত ১২ বছৰীয়া কিশোৰীক নিৰ্যাতন কৰি পৰিয়ালক মেনেজ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰা ৪৫ বছৰীয়া ব্যক্তিক আৰক্ষীৰ উদ্ধাৰ
jerina7
Margherita, Tinsukia | Jul 1, 2025
মাৰ্ঘেৰিটা: জাগুনৰ টিংকোপানী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীক আটক
jerina7
Margherita, Tinsukia | Jun 30, 2025
মাৰ্ঘেৰিটা: জাগুনত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু
jerina7
Margherita, Tinsukia | Jun 30, 2025
মাৰ্ঘেৰিটা: ডিগবৈত জ্যোতিনগৰ নামঘৰৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ
jerina7
Margherita, Tinsukia | Jun 29, 2025
মাৰ্ঘেৰিটা: জাগুনত ড্ৰাগছ সহ এগৰাকী মহিলা আৰু এজন পুৰুষক আটক
jerina7
Margherita, Tinsukia | Jun 29, 2025
মাৰ্ঘেৰিটা: কুমছাই পঞ্চায়তত নৈপৰীয়া ৰাইজৰ দুৰৱস্থা ,চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত চাৰিখনকৈ গাঁৱৰ ৰাইজ
#jansamasya
jerina7
Margherita, Tinsukia | Jun 28, 2025
মাৰ্ঘেৰিটা: ডিগবৈত দুই চোৰাং ব্যৱসায়ীক আটক , চোৰাং ব্যৱসায়ী দুজনৰ পৰা এটুকুৰা গড়ৰৰ খড়্গৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ
jerina7
Margherita, Tinsukia | Jun 28, 2025
মাৰ্ঘেৰিটা: নামচাইৰ নিচামুক্তি কেন্দ্ৰত গো মাংস ভক্ষণ কৰোৱাই নিৰ্যাতনৰ বলি বৰডুমচাৰ এজন হিন্দু যুৱক , উদ্ধাৰ কৰিবলৈ আহ্বান মাতৃৰ
jerina7
Margherita, Tinsukia | Jun 27, 2025
মাৰ্ঘেৰিটা: বালিজানত জাতীয় মহিলা পৰিষদৰ উদ্যোগত ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস উপলক্ষে পদ যাত্ৰা বাহিৰ
jerina7
Margherita, Tinsukia | Jun 26, 2025
মাৰ্ঘেৰিটা: লিডু বজাৰ বস্তী কালী মন্দিৰৰ প্ৰৱেশ পথৰ পৰা বিগ্ৰহলৈকে সৰু সৰু পদ চিহ্ন সদৃশ চাপ প্ৰত্যক্ষ, কৌতুহলী জনতাৰ ভিৰ
jerina7
Margherita, Tinsukia | Jun 26, 2025
মাৰ্ঘেৰিটা: টিংৰাইত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় চাৰি খনকৈ দোকান,ডিগবৈৰ অগ্নি নিৰ্বাপক বাহন পলমকৈ উপস্থিত হোৱাৰ অভিযোগ
jerina7
Margherita, Tinsukia | Jun 26, 2025
মাৰ্ঘেৰিটা: উচ্ছেদিত জাগুন নামফাই অৰুনোদয় সোণোৱাল গাঁৱৰ ৰাইজক পুনঃ সংস্থাপনৰ দাবীত জাগুনত ৰাইজৰ মুখবন্ধ প্ৰতিবাদ
jerina7
Margherita, Tinsukia | Jun 24, 2025
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত ,উপস্থিত বিধায়ক ভাস্কৰ শৰ্মা
jerina7
Margherita, Tinsukia | Jun 24, 2025
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ বৰগোলাইত তিনি চোৰক ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক
jerina7
Margherita, Tinsukia | Jun 23, 2025
মাৰ্ঘেৰিটা: জটিল ৰোগত আক্ৰান্ত হোৱা ডিৰাক সোণজানৰ গুণীন কলিতাক তেঁওৰ বাসগৃহত গৈ ৯০ হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক সুৰেন ফুকনৰ
jerina7
Margherita, Tinsukia | Jun 23, 2025
মাৰ্ঘেৰিটা: ডিগবৈ পেঙেৰীত অৰ্ধনিৰ্মিত অৱস্থাত থকা কালৰ্ভাটসমূহ শীঘ্ৰে নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ
jerina7
Margherita, Tinsukia | Jun 23, 2025
মাৰ্ঘেৰিটা: টিংৰাইত ভাৰতীয় জনতা পাৰ্টী টিংৰাই মণ্ডল সমিতিৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত, উপস্থিত বিধায়ক সুৰেন ফুকন
jerina7
Margherita, Tinsukia | Jun 22, 2025
মাৰ্ঘেৰিটা: ফিল'বাৰী বিজুলীবনত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ
jerina7
Margherita, Tinsukia | Jun 22, 2025
মাৰ্ঘেৰিটা: লিডু টিকক কালিবাৰীৰ কালিমন্দিৰত দানপাত্ৰ ভাঙি সমগ্ৰ ধন লুটি নিয়ে চুৰে
jerina7
Margherita, Tinsukia | Jun 21, 2025
মাৰ্ঘেৰিটা: পেঙেৰীৰ ব্ৰহ্মাজানত ১১ সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্য কোঁৱৰৰ
jerina7
Margherita, Tinsukia | Jun 21, 2025
মাৰ্ঘেৰিটা: ডিগবৈত ১৪ খন চাহ বাগিচাৰ পৰিচালকৰ সৈতে এটি কলি দুটি পাত আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত বিধায়ক সুৰেন ফুকন
jerina7
Margherita, Tinsukia | Jun 20, 2025
Load More
Contact Us
Your browser does not support JavaScript!