Latest News in Lanka (Local videos)
লংকা: লামডিঙত জনবসতিপূৰ্ণ এলেকাত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ ফলত সমস্যাত সহস্ৰাধিক লোক, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি
#jansamasya
Lanka, Hojai | Jul 3, 2025
prasanta98780
Follow
Share
Next Videos
লংকা: কাকীৰ ডেৰাপথাৰ হাইস্কুলত অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ অভিভাৱকসকলৰ সভাত উপস্থিত বিধায়ক শিবু মিশ্ৰ
jitumonisaikia444
Lanka, Hojai | Jul 2, 2025
লংকা: GRP আৰু CIBয়ে লামডিং ৰেল ষ্টেচনত নামনিমুৱা কাঞ্চনজঙ্গা এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই ৬কেজি গাঞ্জা সহ আটক এজন সৰবৰাহকাৰী
prasanta98780
Lanka, Hojai | Jul 1, 2025
লংকা: গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰাক লৈ লংকাত বিজেপি কৰ্মীৰ প্ৰতিবাদ
jitumonisaikia444
Lanka, Hojai | Jul 1, 2025
লংকা: লংকা চহৰত বাহনৰ অবৈধ পাৰ্কিঙৰ ফলত যান-জঁটৰ সমস্যাত জনসাধাৰণ,পাৰ্কিঙৰ সু-ব্যৱস্হা কৰিবলৈ লংকা পৌৰ সভাক আহ্বান
#jansamasya
jitumonisaikia444
Lanka, Hojai | Jun 30, 2025
লংকা: উদালী তিনিআলীত ৰাইজ একগোট হৈ বৃহত্তৰ ২নং পিপলপুখুৰী গাওৰ ৩১ জনীয়া নতুন গাওৰক্ষী বাহিনীৰ সমিতি গঠন
jitumonisaikia444
Lanka, Hojai | Jun 29, 2025
লংকা: ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা ট্ৰাক চালকে লংকা আৰু লামডিং সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ
prasanta98780
Lanka, Hojai | Jun 29, 2025
লংকা: মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গৰুক লৈ হোৱা বিতৰ্কিত বিষয় সন্দৰ্ভত লংকাত মন্তব্য বিধায়ক নুৰুল হুদাৰ
jitumonisaikia444
Lanka, Hojai | Jun 29, 2025
লংকা: লংকাৰ ১নং বাৰ্ডত একাংশ ৰাইজ আৰৱান পানী সেৱন কৰি অসুস্থ, উক্ত ৰাইজৰ খৱৰ লয় লংকা বিজেপি মণ্ডলৰ সভানেত্ৰীয়ে
jitumonisaikia444
Lanka, Hojai | Jun 28, 2025
লংকা: ১ নং কাকী ২নং বঢ়মপুৰ গাঁৱত দুখন বাইকৰ মাজত মুখামুখি সংঘর্ষ,সংঘৰ্ষত দূৰ্ঘটনাগ্ৰস্হ এজন বাইক আৰোহীৰ চিকিৎসালয়ত মৃত্যু
jitumonisaikia444
Lanka, Hojai | Jun 27, 2025
লংকা: লংকাৰ উদালী, ফুলতলী অঞ্চলত কৌশলগত ভাৱে চুৰিকাৰ্য সংঘটিত কৰা এটা চোৰক আটক আৰক্ষীৰ, উদালীত মন্তব্য ভুক্তভোগীৰ
jitumonisaikia444
Lanka, Hojai | Jun 27, 2025
লংকা: জোৰাপুখুৰীৰ সমীপত মহিলাক প্ৰহাৰ কৰি আৰক্ষীৰ হাতত আটক ২ অসৎ মানসিকতাৰ যুৱক, জোৰাপুখুৰীৰ সমীপত মন্তব্য আৰক্ষী অধীক্ষকৰ
jitumonisaikia444
Lanka, Hojai | Jun 26, 2025
লংকা: ১নং ৱাৰ্ডত আৰৱান পানী যোগান আঁচনিৰ পানী সেৱন কৰি অসুস্থ প্ৰায় ২৮টা পৰিয়ালৰ লোক, লংকাৰ ১নং ৱাৰ্ডত জিলা আয়ুক্তৰ মন্তব্য
prasanta98780
Lanka, Hojai | Jun 26, 2025
লংকা: লংকাত আৰক্ষীৰ অভিযানত আটক নাৰীদেহ ব্যৱসায়ৰ লগত জড়িত ৩ গৰাকী মহিলাসহ এজন পুৰুষ, আৰক্ষীৰ তদন্ত অব্যাহত
jitumonisaikia444
Lanka, Hojai | Jun 26, 2025
লংকা: কাকীত তাৰালাংচু ডিমৰু টঙীয়া পঞ্চায়তটোৰ নতুন পঞ্চায়ত সমিতি গঠন
jitumonisaikia444
Lanka, Hojai | Jun 25, 2025
লংকা: ক্ৰচিংগেটত লামডিং আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ আটক কৰে এটা সৰবৰাহকাৰীক
prasanta98780
Lanka, Hojai | Jun 25, 2025
লংকা: ১নং পিপলপুখুৰীত থকা একাংশ ধাৱাত সুৰাৰ লগতে অনৈতিক কাৰ্য্যকলাপ হৈ থকা সন্দৰ্ভত স্হানীয় সচেতন ব্যক্তিৰ লংকাত সংবাদমেল
jitumonisaikia444
Lanka, Hojai | Jun 24, 2025
লংকা: ভূমিস্খলনৰ ফলত পাহাৰ লাইনৰ ৰে'ল যাতায়ত ব্যৱস্থাৰ অনিৰ্দিষ্ট কাললৈ বাতিল,ৰেল ষ্টেচনত ৰেল বিষয়াৰ মন্তব্য
prasanta98780
Lanka, Hojai | Jun 23, 2025
লংকা: কাকীৰ নৱগঠিত ১ নং কাকী কাণ্ডুৰা পঞ্চায়তত গঠন হ'ল নতুন পঞ্চায়ত সমিতি, সভানেত্রী হিচাপে নিৰ্বাচিত হয় প্ৰণতি শৰ্মা
jitumonisaikia444
Lanka, Hojai | Jun 23, 2025
লংকা: লংকাত ডিফু মেডিকেল কলেজৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত, ৩০০ৰো অধিক ৰাইজক স্বাস্থ্য সেৱা প্ৰদান
jitumonisaikia444
Lanka, Hojai | Jun 22, 2025
লংকা: লামডিং আৰু হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এখন কালভাৰ্টৰ তলত উদ্ধাৰ অৰুণ চৌধুৰী নামৰ এজন লোকৰ মৃতদেহ
prasanta98780
Lanka, Hojai | Jun 22, 2025
লংকা: লামডিং কালিবাৰীত দিনজোৰা কাৰ্যসূচীৰে ১১তম আন্ত:জাৰ্তিক যোগ দিৱস উদযাপন কৰা হয়,উপস্থিত বিধায়ক শিবু মিশ্ৰ
prasanta98780
Lanka, Hojai | Jun 21, 2025
লংকা: লংকাৰ প্ৰেছ ক্লাৱত লংকাৰ একাংশ সাংবাদিকৰ লগত লংকাৰ বিভিন্ন সমস্যাক লৈ আলোচনাত মিলিত হয় বিধায়ক শিবু মিশ্ৰ
jitumonisaikia444
Lanka, Hojai | Jun 19, 2025
লংকা: লামডিঙত বিধায়ক শিবু মিশ্ৰৰ উপস্থিতিত বিজেপি লামডিং মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
jitumonisaikia444
Lanka, Hojai | Jun 19, 2025
লংকা: দক্ষিণ লামডিং গাওপঞ্চায়তৰ দুটা পৃথক পৃথক স্হানত দুটাকৈ মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্হাপন বিধায়ক শিবু মিশ্ৰৰ
jitumonisaikia444
Lanka, Hojai | Jun 18, 2025
Load More
Contact Us
Your browser does not support JavaScript!