Latest News in Lakhimpur (Local videos)
খুমটাই: ১০খন গাঁৱৰ সংলগ্ন তেলীশাল নভেটা পথৰ দূৰৱস্থা,এজাক বৰষুণতে পথৰ ওপৰে বাগৰে পানী,শালমৰামুখত গঞাৰ ক্ষোভ
#jansamasya
Khumtai, Golaghat | Jul 4, 2025
ud.news
Follow
Share
Next Videos
তিনিচুকীয়া: হিজুগুৰি আৰক্ষীৰ আটক এজন স্কুটি চুৰ
jerina7
Tinsukia, Tinsukia | Jul 4, 2025
ঢেকিয়াজুলি ভাগ: মুছলমানক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে,ঢেকীয়াজুলিত এই অভিযোগ উত্থাপন কৰিছে নেমছু’ৰ সভাপতিয়ে
123456789000prasanta
Dhekiajuli Part, Sonitpur | Jul 4, 2025
OCI কাৰ্ড এতিয়া প্ৰবাসী ভাৰতীয়ৰ ষষ্ঠ প্ৰজন্মলৈ সম্প্ৰসাৰিত কৰা হ'ব।
MyGovAssamese
Assam, India | Jul 4, 2025
ওদালগুৰি: শুক্লাই নেহৰু মেমৰিয়েল হাইস্কুলৰ শিলান্যাস স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে
nabakumardekaorang
Udalguri, Udalguri | Jul 4, 2025
আমগুৰি: ২৪ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে বৰবাম চাহবাগিছাৰ মমি মাল নামৰ এগৰাকী যুৱতী,পৰিয়ালে আমগুৰি আৰক্ষী থানাত দাখিল কৰিছে জাননী
publicamguri
Amguri, Sivasagar | Jul 4, 2025
বিশ্বনাথ: দ'গাঁওত পৌৰসভাৰ মল নিষ্কাশন শোধন প্রকল্প ৰ শুভ উদ্বোধন অনুষ্ঠানত সাংসদ আৰু বিধায়ক
binitjha
Biswanath, Biswanath | Jul 4, 2025
ঢেকিয়াজুলি ভাগ: বিহগুৰিত অধিবক্তা প্ৰণৱজ্যোতি নাথক ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতাকৰ্মীয়ে আক্ৰমণৰ অভিযোগ, ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল
123456789000prasanta
Dhekiajuli Part, Sonitpur | Jul 4, 2025
মঙলদৈ ভাগ: মঙলদৈ স্থিত আয়ুক্ত কাৰ্যালয়ত আকাংক্ষিত জিলা আৰু শিক্ষা অভিযানৰ সভা উপস্থিত বিধায়ক, আয়ুক্ত
debabrat915
Mangaldoi Part, Darrang | Jul 4, 2025
চেঙা: বহৰি সত্ৰৰ বুনা গোসাঁই থানত ন দিন জোৰা অখণ্ড ভাগৱত পাঠ আৰম্ভ, বহৰি অঞ্চলত ভাগৱত ভ্ৰমণ
bdnews
Chenga, Barpeta | Jul 4, 2025
মানকাচৰ: জিলাখনৰ দুখনকৈ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই
mokib786
Mankachar, South Salmara-Mankachar | Jul 4, 2025
তেওঁৰ প্ৰথম ভ্ৰমণত তেওঁ বিশ্ব হিন্দু সন্মিলনত সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে ট্ৰিনিডাড আৰু টোবাগোলৈ আহিছিল।
MyGovAssamese
13 views | Assam, India | Jul 4, 2025
সোণাৰি: সোণাৰি গাওঁ পঞ্চায়তৰ গৃহ প্ৰবেশ অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
sonariupdates
Sonari, Charaideo | Jul 4, 2025
বিশ্বনাথ: নগৰত জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে চিপিআই(এম) বিশ্বনাথ জিলা কমিটিৰ বিক্ষোভ কার্যসূচী সম্পন্ন
binitjha
Biswanath, Biswanath | Jul 4, 2025
সোণাৰি: সাপেখাতীত বহি ৰাজ্যৰ ব্যক্তিয়ে মাটি ক্ৰয় কৰাত বাধা বীৰ লাচিত সেনাৰ, ঘটনাক লৈ তীব্ৰ চাঞ্চল্য
sonariupdates
Sonari, Charaideo | Jul 4, 2025
সৃজনগ্ৰাম: বালাৰচৰত বালাৰচৰ-মাত্ৰাঘোলা গাঁও পঞ্চায়ত সভানেত্ৰীৰ সংবাদমেল,কংগ্ৰেছ সমৰ্থনত গঠন কৰা প্ৰচাৰ চলোৱাৰ বিৰোধীতা
manojbmc2009
Srijangram, Bongaigaon | Jul 4, 2025
মঙলদৈ ভাগ: মঙলদৈ মোৱামাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি,সভাপতি কেন্দ্ৰিক বিতৰ্কৰ বাবে উত্তপ্ত হয় পৰিস্থিতি
debabrat915
Mangaldoi Part, Darrang | Jul 4, 2025
মৰঙী: তেলগৰমৰ থলুৱা যুৱকক প্ৰহাৰ উত্তৰ প্ৰদেশৰ এটা পৰিয়ালৰ,নুমলীগড় থানাৰ সন্মুখত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ ৰাইজৰ
ud.news
Morangi, Golaghat | Jul 4, 2025
মাৰ্ঘেৰিটা: লিডু,শামুক জান পঞ্চায়তত অসাৰ জল জীৱন আঁচনি, বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ জনসাধাৰণৰ
#jansamasya
jerina7
Margherita, Tinsukia | Jul 4, 2025
ডিফু: বাল্য বিবাহৰ বিৰুদ্ধে ডিফুত জিলা পৰ্যায়ৰ সমন্বয়ক বৈঠক সম্পন্ন
saidulislamkarbianglong
Diphu, East Karbi Anglong | Jul 4, 2025
ওদালগুৰি: কলাইগাঁও -টাংনী সংযোগী বিধ্বস্ত পথে জলাকলা খুৱাইছে পথচাৰীক,গুৰুত্ব নাই জনপ্ৰতিনিধিৰ
#jansamasya
bastav_news
Udalguri, Udalguri | Jul 4, 2025
বালিজানা: চহৰৰ দুৰ্গা মন্দিৰৰ পৰা ৰাইজে ই ৰিক্সা চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে
abdussubhan71
Balijana, Goalpara | Jul 4, 2025
Pankaj Pathak News। ‘মোৰ মমতা বেনাৰ্জীৰ সৈতে ফোনত কথা হোৱা নাই’। N18V
News18Assam/Northeast
India | Jul 4, 2025
বিশ্ব নিৰ্মাণকাৰী আৰু ভাৰতৰ আত্মাৰ চিৰন্তন অংশ হিচাপে উদযাপন কৰে।
MyGovAssamese
168 views | Assam, India | Jul 4, 2025
কোকৰাঝাৰ ভাগ: আহমেদপুৰত ৰেল লাইনৰ তলেদি নিৰ্মাণ হবলগীয়া সুৰংগ পথৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত
mustafahusainpp
Kokrajhar Part, Kokrajhar | Jul 4, 2025
Load More
Contact Us
Your browser does not support JavaScript!