Latest News in Jorhat West (Local videos)

পশ্চিম যোৰহাট: তৰাজানত পুৱতি নিশা ভয়ংকৰ ঘটনা, ট্ৰাক চালকক প্ৰহাৰ দুৰ্বৃত্তৰ

Jorhat West, Jorhat | Jul 4, 2025
priyanka1162
priyanka1162 status mark
Share
Next Videos
পশ্চিম যোৰহাট: অতিশীঘ্ৰে নগৰৰ মাজমজিয়াস্থিত আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব চিনামৰালৈ, আজি নিৰ্মাণ কাৰ্য পৰিদৰ্শন জিলা আয়ুক্তৰ

পশ্চিম যোৰহাট: অতিশীঘ্ৰে নগৰৰ মাজমজিয়াস্থিত আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ'ব চিনামৰালৈ, আজি নিৰ্মাণ কাৰ্য পৰিদৰ্শন জিলা আয়ুক্তৰ

priyanka1162 status mark
Jorhat West, Jorhat | Jul 3, 2025
পশ্চিম যোৰহাট: অস্থায়ী চক বজাৰৰ ব্যৱসায়ীসকলৰ লগত আলোচনা জিলা আয়ুক্তৰ, পৰিদৰ্শন কৰে নিৰ্মাণৰত বহুমহলীয়া গাড়ী পাৰ্কিং

পশ্চিম যোৰহাট: জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যোৰহাটত, জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ৯জন লোক আক্ৰান্ত, তৰাজানত স্বাস্থ্য বিষয়াৰ সদৰী

পশ্চিম যোৰহাট: দেওঘৰীয়াৰ লগতে বিভিন্ন স্থানত আৰক্ষীৰ অভিযান , জব্দ প্ৰায় লক্ষাধিক টকাৰ বিদেশী সুৰা

Jorhat West, Jorhat | Jul 2, 2025
পশ্চিম যোৰহাট: তৰাজান স্থিত এখন মাংসৰ দোকানত চুৰিকাণ্ড , চোৰে লৈ উধাও হয় 10 কেজি লোকেল কুকুৰা মাংস আৰু CC কেমেৰাৰ মেমৰি কাৰ্ড

পশ্চিম যোৰহাট: তিতাবৰত ড্ৰাগছ বিৰোধী অভিযান, ১১ গ্ৰাম ড্ৰাগছ জব্দ, তিনিজন লোকক আটক

পশ্চিম যোৰহাট: এটি ৰোডৰ সমীপত চোৰৰ চাফাই অভিযান, নিশা গৃহস্থ শুই থকাৰ সুযোগ লৈ চুৰ কৰে স্কুটি আৰু আন সামগ্ৰী, সদৰ থানাত এজাহাৰ দাখিল

পশ্চিম যোৰহাট: ব্যৱসায়ীক ভাবুকি দিয়াৰ অভিযোগত যোৰহাট সদৰ থানাত সোধা পোচাৰ অন্তত যাবলৈ দিয়া হয় ছাত্ৰ নেতা ৰিয়াজক

পশ্চিম যোৰহাট: বৰুৱা চাৰিআলি সমীপৰ নেহৰু উদ্যানখন আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি , উপস্থিত সাংসদ , বিধায়ক

Jorhat West, Jorhat | Jul 1, 2025
পশ্চিম যোৰহাট: মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল দলিওৱাৰ বিৰুদ্ধে নগৰ স্থিত ষ্টেডিয়ামত বিজেপিৰ প্ৰতিবাদ

পশ্চিম যোৰহাট: জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দিৱস উদযাপন, উপস্থিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক

পশ্চিম যোৰহাট: উপযুক্ত প্ৰতিনিধি পালে ২৬ ত যোৰহাট সমষ্টিত স্থান এৰি দিব বিধায়ক গোস্বামীয়ে , বৰুৱা চাৰিআলিত মন্তব্য

পশ্চিম যোৰহাট: যোৰহাট সদৰ থানাত উপস্থিত আছুৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন , হানি ট্ৰেপিঙৰ ঘটনা সন্দৰ্ভত সুধা পোচা কৰিছে আৰক্ষীয়ে

পশ্চিম যোৰহাট: মালৌআলি বাইপাছৰ সমীপত দিন-দুপৰতে গৰু সৰবৰাহ কৰা বাহন আগচি ধন সংগ্ৰহ কৰা এজনক মালৌআলিৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ, পলাতক ৯ জন

Jorhat West, Jorhat | Jun 30, 2025
পশ্চিম যোৰহাট: মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক অপসাৰণ কৰি গ্ৰেপ্তাৰ কৰাৰ দাবীত বিধায়কৰ উপস্থিতিত কংগ্ৰেছ ভৱনৰ সমীপত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

পশ্চিম যোৰহাট: নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰিম বুলি ঘোষণা কৰা এজনক ম'হবন্ধা চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰে পুলিবৰ আৰক্ষীয়ে

পশ্চিম যোৰহাট: গিবন অভয়াৰণ্যত উপলব্ধ গিবনৰ মুখা পিন্ধাৰ লগতে বিভিন্ন বেশত নগৰৰ মাজেৰে প্ৰায় পাঁচ শতাধিক শিক্ষাৰ্থীৰ শোভাযাত্ৰা

পশ্চিম যোৰহাট: অজন্তা বাইপাছত স্কুল ভেন দুর্ঘটনাত পতিত, কম পৰিমাণে আঘাতপ্ৰাপ্ত দুগৰাকী শিক্ষাৰ্থী

পশ্চিম যোৰহাট: চিনামৰা স্থিত সন্মিলন কেন্দ্ৰত বিভিন্ন দিশ সন্দৰ্ভত বিভিন্ন জনৰ লগত আলোচনা মুখ্যমন্ত্ৰীৰ

Jorhat West, Jorhat | Jun 29, 2025
পশ্চিম যোৰহাট: ভুৱা লটাৰী খেলৰ নামত ধন সংগ্ৰহ কৰা দুজনক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে

পশ্চিম যোৰহাট: জিলা ছাত্ৰ সন্থাৰ সম্পাদকৰ বাহনত লিখা আছে প্ৰেছ , শেহতীয়াকৈ হানি ট্ৰেপিঙৰ এক ঘটনাত নাম সাঙোৰ খাইছে এইজন ছাত্ৰ নেতাৰ

পশ্চিম যোৰহাট: যোৰহাট স্থিত হোটেল প্ৰিযমত  "যুৱ সংসদ" সম্পন্ন , উপস্থিত দুই বিধায়ক

পশ্চিম যোৰহাট: জানখনাত জাপানীজ এনকেফেলাইটিছৰ আতংক , এজন ছাত্ৰ এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতে চিন্তিত গাঁও বাসী

Jorhat West, Jorhat | Jun 28, 2025
পশ্চিম যোৰহাট: বোকাখাটৰ ৰজাবাৰীত পুলুকালাপত শুকুৰবাৰে নিশা আক্ৰমণ কৰা এগৰাকী মহিলাৰ শনিবাৰে JMCH ত মৃত্যু

Load More
Contact Us