Latest News in Jorhat East (Local videos)
পূব যোৰহাট: চিনামৰা স্থিত অ.এন.জি.চি. কলনীত নাহৰফুটুকীৰ মুক্ত বিচৰণ, কেমেৰাত বন্দী নাহৰফুটুকীৰ দৃশ্য
Jorhat East, Jorhat | Jun 28, 2025
priyanka1162
Follow
Share
Next Videos
পূব যোৰহাট: জাঁজী নদীৰ বাঢ়নী পানীয়ে বুৰালে এজাৰগুৰি অঞ্চল, বাতিল কৰিব লগা হ'ল বিদ্যালয়ৰ পৰীক্ষা
#jansamasya
priyanka1162
Jorhat East, Jorhat | Jun 25, 2025
পূব যোৰহাট: জিষ্টত ভূৱা নিযুক্তি দিয়াৰ অভিযোগত উত্তপ্ত পৰিস্থিতি, জিষ্টৰ সন্মুখত উত্তাল প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ
priyanka1162
Jorhat East, Jorhat | Jun 24, 2025
পূব যোৰহাট: চটাইৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন , গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এজন
priyanka1162
Jorhat East, Jorhat | Jun 21, 2025
পূব যোৰহাট: টীয়কত চোতালে চোতালে ঘুৰিছে কেন্দ্ৰীয় মন্ত্ৰী , গৌৰৱ গগৈক চিঠি লিখা সাংসদ আখ্যা মন্ত্ৰী গৰাকীৰ
priyanka1162
Jorhat East, Jorhat | Jun 20, 2025
পূব যোৰহাট: চাৰিগাঁও বাইপাছৰ সমীপত হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত, থিতাতে নিহত এজন লোক
priyanka1162
Jorhat East, Jorhat | Jun 16, 2025
পূব যোৰহাট: নহাট টিপমীয়া গাঁৱৰ এজন যুৱক নিৰুদ্দেশ , আজি আৰক্ষী অধীক্ষকক সাক্ষাৎ পৰিয়ালৰ
priyanka1162
Jorhat East, Jorhat | Jun 2, 2025
পূব যোৰহাট: গৌৰৱ গগৈয়ে কৰিবলগীয়া কাম বোৰ যোৰহাটত চৰকাৰে কৰিছে , টীয়কত গৌৰৱক কটাক্ষ কৰি মন্তব্য পৱিত্ৰ মাৰ্ঘেৰিটাৰ
priyanka1162
Jorhat East, Jorhat | Jun 1, 2025
পূব যোৰহাট: জাঁজীমুখত বানৰ তাণ্ডৱ , উটুৱাই নিলে বাঁহৰ দলং , সংযোগ বিছিন্ন প্ৰায় আঠ খন গাঁৱৰ
priyanka1162
Jorhat East, Jorhat | Jun 1, 2025
পূব যোৰহাট: জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ উপস্থিতিত জিলা পানী আৰু অনাময় মিছন সন্দৰ্ভত সভা অনুষ্ঠিত
malobikabora1991
Jorhat East, Jorhat | May 27, 2025
পূব যোৰহাট: কাকজান বাম কুকুৰাচোৱাত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা , উপস্থিত ৰাজ্যিক উপ সভাপতি ৰাণা গোস্বামী
priyanka1162
Jorhat East, Jorhat | May 25, 2025
পূব যোৰহাট: তেলীয়া গাঁৱৰ ন মাটি নামঘৰত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ জন্মোৎসৱ উদযাপন
priyanka1162
Jorhat East, Jorhat | May 23, 2025
পূব যোৰহাট: মুদৈজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু সৰবৰাহ কৰা বাহন জুইত ভস্মীভূত
priyanka1162
Jorhat East, Jorhat | May 22, 2025
পূব যোৰহাট: টীয়কৰ জাঁজীমুখৰ চোমনি চাপৰিত এটি বন্যহস্তীৰ মৃত্যু , উপস্থিত বন বিভাগৰ লোক
priyanka1162
Jorhat East, Jorhat | May 20, 2025
পূব যোৰহাট: লাহিং শুকানজান,কেন্দুগুৰিত টীয়ক আৰু মৰিয়নীৰ বাবে প্ৰস্তাৱিত সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন জিলা প্ৰশাসনৰ
priyanka1162
Jorhat East, Jorhat | May 18, 2025
পূব যোৰহাট: মুদৈজান তেল ডিপুৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনাত এজনৰ মৃত্যু
priyanka1162
Jorhat East, Jorhat | May 16, 2025
পূব যোৰহাট: ২১ মে' ত যোৰহাটত অনুষ্ঠিত হ'ব বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা ,সেইলৈ যোৰহাট বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সভা
priyanka1162
Jorhat East, Jorhat | May 15, 2025
পূব যোৰহাট: নিউ মাৰ্কেটৰ টীয়ক ট্ৰেডাৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড , চুৰে লৈ উধাও হল নগদ ধন, টীয়ক থানাত এজাহাৰ দাখিল
priyanka1162
Jorhat East, Jorhat | May 10, 2025
পূব যোৰহাট: বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত জ্বলালে অক্ষয় বন্তি
#OperationSindoor
priyanka1162
Jorhat East, Jorhat | May 10, 2025
পূব যোৰহাট: কাকজানত আজিৰে পৰা অষ্টম সংখ্যক দিবা -নৈশ ৰাজ্যিক ভিত্তিত ফুটবল প্ৰতিযোগিতা আৰম্ভ
priyanka1162
Jorhat East, Jorhat | May 9, 2025
পূব যোৰহাট: পুৱতি নিশা আৰু আজি দিনৰ ভাগত অহা এজাক ধুমুহাই তচনচ কৰিলে ৰজাবাৰী পুখুৰীপৰীয়াত,বিদ্যালয়ৰ পাঠদান বন্ধ,বিদ্যুত সেৱা ব্যাহত
priyanka1162
Jorhat East, Jorhat | May 8, 2025
পূব যোৰহাট: নগৰৰ মাজমজিয়াৰ ভোগদৈ দলঙৰ তলত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
priyanka1162
Jorhat East, Jorhat | May 7, 2025
পূব যোৰহাট: বলমা তিনি আলিৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা , আঘাতপ্ৰাপ্ত হয় দুজন যুৱক
priyanka1162
Jorhat East, Jorhat | May 6, 2025
পূব যোৰহাট: মূৰমূৰীয়া চাহ বাগিচাত খোৱাপানীৰ বাবে হাহাকাৰ প্ৰায় ৫ শতাধিক শ্ৰমিকৰ, গাঁতৰ পৰা পাইপেৰে পানী যোগান শ্ৰমিকলৈ
#jansamasya
priyanka1162
Jorhat East, Jorhat | May 5, 2025
পূব যোৰহাট: শ্ৰীভূমিত আত্মহত্যা যোৰহাটৰ টীয়কৰ এগৰাকী যুৱতীৰ , আৰক্ষীৰ কনিষ্টবল ৰূপে কৰ্মৰত আছিল যুৱতী গৰাকী
priyanka1162
Jorhat East, Jorhat | May 4, 2025
Load More
Contact Us
Your browser does not support JavaScript!