Latest News in Haflong (Local videos)

বালিজানা: চহৰৰ বেলতলাৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ভালুকডুবি জিলা পৰিষদৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানৰ উচ্ছেদ সম্পৰ্কে মন্তব্য

Balijana, Goalpara | Jun 14, 2025
abdussubhan71
abdussubhan71 status mark
Share
Next Videos
মানকাচৰ: হাটশিঙিমাৰীত লোক আদালতৰ জৰিয়তে ২০১ টা গোচৰ নিষ্পত্তি

mokib786 status mark
Mankachar, South Salmara-Mankachar | Jun 14, 2025
পূব ডিব্ৰুগড়: ৪ দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ভ্ৰমণলৈ আহিছে  মুখ্যমন্ত্ৰী, বিমানবন্দৰত মুখ্যমন্ত্ৰীক আদৰণি জনায় মন্ত্ৰী বিধায়কে

usr509065 status mark
Dibrugarh East, Dibrugarh | Jun 14, 2025
মৰিগাঁও: বিদ্যুৎৰ অনিয়মীয়া যোগানৰ বাবে গেৰুৱাত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত গেৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ

hellobjb status mark
Marigaon, Morigaon | Jun 14, 2025
বালিজানা: চহৰৰ ভালুক ডুবিৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই কেবাটাও দোকান পোহাৰ ভাঙি দিয়ে

বালিজানা: চহৰৰ ভালুক ডুবিৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই কেবাটাও দোকান পোহাৰ ভাঙি দিয়ে

abdussubhan71 status mark
Balijana, Goalpara | Jun 14, 2025
সোণাৰি: ৰহদৈ আলিত এঘাৰ মাহে নিৰুদ্দেশ হৈ থকা আৰক্ষী জোৱান মঃৰবিৰুল হুছেইনৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ

policymotors9gmail status mark
Sonari, Charaideo | Jun 14, 2025
বইটামাৰী: PM নৰেন্দ্ৰ মোডীৰ কাৰ্যকালৰ ১১ বৰ্ষ সম্পূৰ্ণ,  বৰপাৰাস্থিত জিলা BJP কাৰ্যালয়ত ৰাজ্যিক BJP মূখপাত্ৰ সুভাষ দত্তৰ সংবাদমেল

manojbmc2009 status mark
Boitamari, Bongaigaon | Jun 14, 2025
চাবুৱা: চাবুৱাৰ নৰ্থ বালিজান আৰু বগৰীতলিয়াত গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী পিয়ুষ হাজৰিকাই

চাবুৱা: চাবুৱাৰ নৰ্থ বালিজান আৰু বগৰীতলিয়াত গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী পিয়ুষ হাজৰিকাই

usr509065 status mark
Chabua, Dibrugarh | Jun 14, 2025
বালিজানা: চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সদৌ অসম সাংবাদিক সন্হাৰ দ্বাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশন খনি  আজিৰে পৰা আৰম্ভ হয়

বালিজানা: চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সদৌ অসম সাংবাদিক সন্হাৰ দ্বাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশন খনি আজিৰে পৰা আৰম্ভ হয়

abdussubhan71 status mark
Balijana, Goalpara | Jun 14, 2025
ঢেকিয়াজুলি ভাগ: আলিশিঙাত সংঘটিত হ’য় ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন

123456789000prasanta status mark
Dhekiajuli Part, Sonitpur | Jun 14, 2025
মৰিগাঁও: মৰিগাঁও চহৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত ৰাইজে হাতে লোতে ধৰি উত্তম মাধ্যম দিলে এটা মটৰ চাইকেল চুৰক

মৰিগাঁও: মৰিগাঁও চহৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত ৰাইজে হাতে লোতে ধৰি উত্তম মাধ্যম দিলে এটা মটৰ চাইকেল চুৰক

hellobjb status mark
Marigaon, Morigaon | Jun 14, 2025
মানকাচৰ: বাউসাটাৰীত এটা পথৰ কামৰ শুভ আৰম্ভ কৰে স্থানীয় বিধায়ক আফতাব উদ্দিন মোল্লা

dayal5070 status mark
Mankachar, South Salmara-Mankachar | Jun 14, 2025
পূব ডিব্ৰুগড়: সোনোৱাল কছাৰী ছাত্ৰ সন্থাই জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰিলে এই বৰ্ষৰ যুৱ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান

পূব ডিব্ৰুগড়: সোনোৱাল কছাৰী ছাত্ৰ সন্থাই জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰিলে এই বৰ্ষৰ যুৱ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান

usr509065 status mark
Dibrugarh East, Dibrugarh | Jun 14, 2025
কলগাছিয়া: বৰপেটা অসামৰিক চিকিৎসালয়ত বিদ্যুত যোগান ব্যাহত, নাই খোৱা পানীৰ ব্যৱস্থা, ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি #jansamasya

bdnews status mark
Kalgachia, Barpeta | Jun 14, 2025
গুৱাহাটী: মহানগৰীৰ নুনমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে এখন যাত্ৰীবাহী অটো

ghynews status mark
Guwahati, Kamrup Metropolitan | Jun 14, 2025
বঙাইগাঁও ভাগ: BTR নিৰ্বাচনত AGP দলে অকলশৰীয়া ভাবে নিৰ্বাচন খেলিব চহৰত ডাঙৰ ঘোষণা সাংসদ ফণীভূষণ চৌধুৰীৰ

bngn_khobor status mark
Bongaigaon Part, Bongaigaon | Jun 14, 2025
বিশ্বনাথ: জিলা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

binitjha status mark
Biswanath, Biswanath | Jun 14, 2025
নগৰবেৰা: বিঘাই বিঘা ধান খেতিত পতান ওলাইছে,হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি 
 নগৰবেৰাৰ সমীপৱৰ্তী সুখোৱাৰঝাৰ অঞ্চলত

নগৰবেৰা: বিঘাই বিঘা ধান খেতিত পতান ওলাইছে,হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নগৰবেৰাৰ সমীপৱৰ্তী সুখোৱাৰঝাৰ অঞ্চলত

shivbhakti status mark
Nagarbera, Kamrup | Jun 14, 2025
পূব ডিব্ৰুগড়: বিজেপিৰ ১১ বছৰীয়া কাৰ্যকালকলৈ জালান আইটডোৰ ষ্টেডিয়ামত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

arindram93 status mark
Dibrugarh East, Dibrugarh | Jun 14, 2025
উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী লেঙাৰ বৰনদীত মৃতদেহ উদ্ধাৰ, মৃতদেহটো লেঙা সাত গাঁৱৰ অপূৰ্ব ডেকাৰ বুলি চিনাক্ত, উপস্থিত বাইহাটা আৰক্ষী

উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটী লেঙাৰ বৰনদীত মৃতদেহ উদ্ধাৰ, মৃতদেহটো লেঙা সাত গাঁৱৰ অপূৰ্ব ডেকাৰ বুলি চিনাক্ত, উপস্থিত বাইহাটা আৰক্ষী

shivbhakti status mark
North Guwahati Part, Kamrup | Jun 14, 2025
গোলাঘাট: গোলাঘাট ষ্টেচন ৰোডৰ এটা পৰিয়ালৰ গুৰুগৃহৰ পৰা বন বিভাগে উদ্ধাৰ কৰে এটা মচোৱাগোম সাপ, দংশনৰ ৰক্ষা পৰিয়ালটো

ud.news status mark
Golaghat, Golaghat | Jun 14, 2025
ধেমাজি: গোগামুখত বিজেপি গোগামুখ মণ্ডল সমিতিৰ কাৰ্যনিবাহক সভা, উপস্থিত জিলা বিজেপিৰ সভানেত্ৰী

gugamukhlive status mark
Dhemaji, Dhemaji | Jun 14, 2025
ধুবুৰী ভাগ: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ধুবুৰী জিলাত আৰক্ষীৰ অভিযান, জিলাখনৰ থানাই থানাই অপৰাধীৰ ভিৰ

dhubri_sangbad status mark
Dhubri Part, Dhubri | Jun 14, 2025
ধেমাজি: বিভিন্ন উন্নয়ন মূলক কামৰ সন্দৰ্ভত হাবুঙত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সংবাদমেল

ধেমাজি: বিভিন্ন উন্নয়ন মূলক কামৰ সন্দৰ্ভত হাবুঙত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সংবাদমেল

gugamukhlive status mark
Dhemaji, Dhemaji | Jun 14, 2025
মৰিগাঁও: চহৰৰ মাজমজিয়াত শক্তি মন্ত্ৰী আৰু APDCL অৰ প্ৰতীকী দাহ কাৰ্যসূচী ৰূপায়ন কৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাই

chandanhiramorigaon status mark
Marigaon, Morigaon | Jun 14, 2025
Load More
Contact Us