Latest News in Dibrugarh East (Local videos)

পূব ডিব্ৰুগড়: পুৱতি নিশা ডিকম মদাৰখাত বিদ‍্যুত বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, উৎকট গৰমত বিদ‍্যুৎ নথকাত ৰাইজে ঘেৰাও কৰে কাৰ্যালয়টো

Dibrugarh East, Dibrugarh | Jul 4, 2025
arindram93
arindram93 status mark
Share
Next Videos
পূব ডিব্ৰুগড়: সদৌ মিচিং ছাত্ৰ সন্থাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা এজনৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত মিছিং ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল

usr509065 status mark
Dibrugarh East, Dibrugarh | Jul 3, 2025
পূব ডিব্ৰুগড়: AMCH ত চিকিৎসাধীন হোৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজনৰ এজনৰ মৃত্যু, সদৰত সংবাদমেল স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ

পূব ডিব্ৰুগড়: AMCH ত চিকিৎসাধীন হোৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজনৰ এজনৰ মৃত্যু, সদৰত সংবাদমেল স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ

arindram93 status mark
Dibrugarh East, Dibrugarh | Jul 3, 2025
পূব ডিব্ৰুগড়: শ্ৰীশ্ৰী অনিৰুদ্ধদেব কনিষ্ঠ মহাবিদ্যালয়ত সংবাদমেল সম্বোধন ডিব্ৰুগড় জিলা ম‌ইনা পাৰিজাতৰ বিষয়ববীয়াৰ

পূব ডিব্ৰুগড়: শ্ৰীশ্ৰী অনিৰুদ্ধদেব কনিষ্ঠ মহাবিদ্যালয়ত সংবাদমেল সম্বোধন ডিব্ৰুগড় জিলা ম‌ইনা পাৰিজাতৰ বিষয়ববীয়াৰ

arindram93 status mark
Dibrugarh East, Dibrugarh | Jul 2, 2025
পূব ডিব্ৰুগড়: জিলা শিশুশ্ৰমিক টাস্ক ফ’ৰ্ছৰ বিশেষ অভিযানত সদৰত উদ্ধাৰ চাৰিটা শিশু শ্ৰমিক

পূব ডিব্ৰুগড়: জিলা আয়ুক্তৰ অধ‍্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় অসমৰ নগৰাঞ্চলত হোৱা বানৰ প্ৰতিৰোধৰ বাবে বিশেষ সভা

পূব ডিব্ৰুগড়: লাহোৱালত '২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বজালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে, ৰাজহুৱা সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হ'ল বৃহৎ যোগদান

পূব ডিব্ৰুগড়: লাহোৱালত '২৬ৰ নিৰ্বাচনৰ ৰণশিঙা বজালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে, ৰাজহুৱা সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হ'ল বৃহৎ যোগদান

usr509065 status mark
Dibrugarh East, Dibrugarh | Jul 2, 2025
পূব ডিব্ৰুগড়: চহৰৰ বৰনলাত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি, আৰক্ষীৰ তদন্ত আৰম্ভ

পূব ডিব্ৰুগড়: অভাৱনীয় হাৰত বৃদ্ধি পোৱা ই-ৰিক্সা, ইভি অটোৰ বাবে ডিব্ৰুগড় চহৰত এপে চালকৰ হাহাকাৰ পৰিস্থিতি, পৰিবহন বিভাগক অভিযোগ চালকৰ

পূব ডিব্ৰুগড়: জৰাজীৰ্ণ পথে জ্বলা-কলা খোৱাইছে লাহোৱাল দঙৰপথাৰ কুৰ্মি গাঁৱৰ ৰাইজক, সমস্যাত সহস্ৰাধিক জনতা #jansamasya

পূব ডিব্ৰুগড়: জৰাজীৰ্ণ পথে জ্বলা-কলা খোৱাইছে লাহোৱাল দঙৰপথাৰ কুৰ্মি গাঁৱৰ ৰাইজক, সমস্যাত সহস্ৰাধিক জনতা #jansamasya

arindram93 status mark
Dibrugarh East, Dibrugarh | Jul 2, 2025
পূব ডিব্ৰুগড়: নিষিদ্ধ গো মাংস ৰখাৰ অপৰাধত মহানগৰত গ্ৰেপ্তাৰ তিনিজন, জব্দ ১৫ কিলো কেঁচা মাংস, সদৰত আৰক্ষী অধীক্ষকৰ সংবাদমেল সম্বোধন

পূব ডিব্ৰুগড়: নিষিদ্ধ গো মাংস ৰখাৰ অপৰাধত মহানগৰত গ্ৰেপ্তাৰ তিনিজন, জব্দ ১৫ কিলো কেঁচা মাংস, সদৰত আৰক্ষী অধীক্ষকৰ সংবাদমেল সম্বোধন

arindram93 status mark
Dibrugarh East, Dibrugarh | Jul 1, 2025
পূব ডিব্ৰুগড়: জিলা আয়ুক্তৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় স্বাস্থ্য বিভাগৰ এখন সভা

পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বালিজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত, খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে অব্যাহত ৰাখিছে প্ৰচেষ্টাৰ

পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বালিজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত, খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে অব্যাহত ৰাখিছে প্ৰচেষ্টাৰ

usr509065 status mark
Dibrugarh East, Dibrugarh | Jul 1, 2025
পূব ডিব্ৰুগড়: দুগৰাকীকৈ বিশিষ্ট ব্যক্তিক মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুষ্মান‌ গল্ড কাৰ্ড প্ৰদান

পূব ডিব্ৰুগড়: মুখ্যমন্ত্ৰীক কংগ্ৰেছ কৰ্মীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত চৌকিডিঙীত বিজেপিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ

পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ পুৰণি ৰে'ল ষ্টেছনৰ সন্মূখৰ হৰিজন কল'নিত চলি থকা জুৱাৰ আড্ডা বন্ধ কৰাৰ সদৰত  দাবী আছুকে ধৰি বিভিন্ন দল সংগঠনৰ

পূব ডিব্ৰুগড়: মুখ‍্যমন্ত্ৰীক গোলাঘাটত কংগ্ৰেছ কৰ্মীয়ে বটল দলিয়াই আক্ৰমণ কৰাৰ বিৰুদ্ধে সদৰত জিলা বিজেপিৰ প্ৰতিবাদ

পূব ডিব্ৰুগড়: মুখ‍্যমন্ত্ৰীক গোলাঘাটত কংগ্ৰেছ কৰ্মীয়ে বটল দলিয়াই আক্ৰমণ কৰাৰ বিৰুদ্ধে সদৰত জিলা বিজেপিৰ প্ৰতিবাদ

arindram93 status mark
Dibrugarh East, Dibrugarh | Jul 1, 2025
পূব ডিব্ৰুগড়: মহানগৰৰ কালিবাৰীস্থিত শামা হোটেলত আৰক্ষীৰ অভিযান, গো মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন

পূব ডিব্ৰুগড়: জিলা আয়ুক্তৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়

Dibrugarh East, Dibrugarh | Jun 30, 2025
পূব ডিব্ৰুগড়: জিলা আয়ুক্তৰ অধ‍্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ 'এটি কলি দুটি পাত' শীৰ্ষক আঁচনিৰ সভা

পূব ডিব্ৰুগড়: মন্ত্ৰী, বিধায়কৰ পত্নীয়ে ৰাজ সাহায্যযুক্ত গীৰ গাই লোৱাৰ বিৰুদ্ধে জিলা কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

পূব ডিব্ৰুগড়: মন্ত্ৰী, বিধায়কৰ পত্নীয়ে ৰাজ সাহায্যযুক্ত গীৰ গাই লোৱাৰ বিৰুদ্ধে জিলা কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

usr509065 status mark
Dibrugarh East, Dibrugarh | Jun 30, 2025
পূব ডিব্ৰুগড়: কানাই গাঁৱত অনুষ্ঠিত হোৱা বিজেপি ডিব্ৰুগড় পূৱ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

পূব ডিব্ৰুগড়: কানাই গাঁৱত অনুষ্ঠিত হোৱা বিজেপি ডিব্ৰুগড় পূৱ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ

arindram93 status mark
Dibrugarh East, Dibrugarh | Jun 30, 2025
পূব ডিব্ৰুগড়: জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ প্ৰতিবাদ

পূব ডিব্ৰুগড়: মহানগৰৰ জাগৃতি প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ‍্যোগত বৃহৎ নদীবান্ধৰ সন্দৰ্ভত বক্তৃতানুষ্ঠান

Dibrugarh East, Dibrugarh | Jun 29, 2025
পূব ডিব্ৰুগড়: বৰবৰুৱাত ক'লা বেজ পৰিধান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা আচৰণক লৈ প্ৰতিবাদ বৰবৰুৱা প্ৰেছ ক্লাব

পূব ডিব্ৰুগড়: বৰবৰুৱাত ক'লা বেজ পৰিধান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা আচৰণক লৈ প্ৰতিবাদ বৰবৰুৱা প্ৰেছ ক্লাব

usr509065 status mark
Dibrugarh East, Dibrugarh | Jun 29, 2025
Load More
Contact Us