Latest News in Chhaygaon (Local videos)
ছয়গাঁও: ছমৰীয়া বেজৰ খুটি বিলত পোনামাছ নিধন এচাম অসাধু মাছমৰীয়াৰ, দিনে-নিশাই চলাইছে এই কাম, কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ
Chhaygaon, Kamrup | Jul 2, 2025
shivbhakti
Follow
Share
Next Videos
ছয়গাঁও: জলবিদ্যুত প্ৰকল্পৰ বিৰুদ্ধে ছয়গাঁৱত উত্তাল প্ৰতিবাদ প্ৰায় ৫ হাজাৰ লোকৰ,ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও
shivbhakti
Chhaygaon, Kamrup | Jun 25, 2025
ছয়গাঁও: ছয়গাঁৱত জলসম্পদ বিভাগৰ ভেকোভাওনা, ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ, বিপদসংকুল যাতায়াত ছয়গাঁৱৰ শতাধিক লোকৰ
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 19, 2025
ছয়গাঁও: ছয়গাঁও চম্পক নগৰৰ পাছামতোলাত পথৰ দুৰৱস্থা, সমস্যাত সহস্ৰাধিক লোক
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 18, 2025
ছয়গাঁও: বিহাপাৰাত কলহী নৈৰ খহনীয়াৰ কালৰূপ, সমস্যাত অঞ্চলটোৰ সহস্ৰাধিক লোক
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 15, 2025
ছয়গাঁও: ছয়গাঁৱৰ গোৱৰ্ধনস্থিত শ্ৰীশ্ৰী গিৰি গোৱৰ্ধন বিষ্ণু মন্দিৰলৈ যোৱা মূল পথটোৰ দুৰৱস্থা, ক্ষোভ প্ৰকাশ ৰাইজৰ
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 14, 2025
ছয়গাঁও: ছয়গাঁওত দক্ষিণ কামৰূপ নাগাৰা নাম সংঘৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত সহস্ৰাধিক শিল্পীৰ নাগাৰা নাম পৰিবেশন
shivbhakti
Chhaygaon, Kamrup | Jun 12, 2025
ছয়গাঁও: ছয়গাঁও-উকিয়াম সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ, নৈৰ গৰা খহাদি খহিছে পকী পথ
shivbhakti
Chhaygaon, Kamrup | Jun 10, 2025
ছয়গাঁও: ছয়গাঁৱৰ ঔগুৰিত হাতী পোৱালিৰ কৰুণ মৃত্যু, পাহাৰৰ পৰা হাতীৰ জাকৰ সৈতে নামি আহোতে দ গাঁতত পৰাৰ ফলত মৃত্যু হয় পোৱালিটোৰ
shivbhakti
Chhaygaon, Kamrup | Jun 9, 2025
ছয়গাঁও: উকিয়ামত প্ৰস্তাৱিত কুলশী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে শ শ ৰাইজৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত
shivbhakti
Chhaygaon, Kamrup | Jun 9, 2025
ছয়গাঁও: বিপদত দক্ষিণ কামৰূপৰ ফুটুৰী অঞ্চলৰ শতাধিক কৃষক,বানত নষ্ট হৈছে বিঘাই বিঘাই খেতি
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 7, 2025
ছয়গাঁও: জেঠমহীয়া বানত নিঃশেষ হ'ল পানীখাইটী,টাৰিগাঁও,শিমলুবাৰী, সাপৰটাৰীৰ কৃষকৰ সপোন, পানীৰ তলত শ-শ বিঘা ধান খেতি
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 4, 2025
ছয়গাঁও: ছয়গাঁও অঞ্চলৰ ভিন্ন স্থানত কলহী নৈৰ কাষৰীয়া অঞ্চলসমূহৰ খহনীয়া তথা বান পৰিস্থিতিৰ বুজ লয় বিধায়ক হেমাংগ ঠাকুৰীয়াই
shivbhakti
Chhaygaon, Kamrup | Jun 3, 2025
ছয়গাঁও: ছয়গাঁৱৰ শিংখাট বালাসিদ্ধিত খহনীয়া, নিম্নমানৰ জিঅ' বেগৰ বান্ধ বিলীন নৈৰ বুকুত, ভয়ংকৰ বিপদৰ আশংকা
#jansamasya
shivbhakti
Chhaygaon, Kamrup | Jun 2, 2025
ছয়গাঁও: ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত বন্ধ হোৱা স্থান পৰিদৰ্শন জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
shivbhakti
Chhaygaon, Kamrup | Jun 1, 2025
ছয়গাঁও: ছমৰীয়াৰ লাৰুৱাজানত কৃত্ৰিম বানে ছিগি নিলে কোটি টকীয়া গড়কাপ্তানী পথ
shivbhakti
Chhaygaon, Kamrup | May 31, 2025
ছয়গাঁও: ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলহী নদীৰ দলঙৰ দুয়ো কাষে খহনীয়া,ব্যাহত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যানবাহনৰ চলাচল
shivbhakti
Chhaygaon, Kamrup | May 31, 2025
ছয়গাঁও: ৰঙিয়াত ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যাৰ বুজ লয় বিধায়ক ভৱেশ কলিতাই
sonariupdates
Chhaygaon, Kamrup | May 26, 2025
ছয়গাঁও: বামুনিগাঁওত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিজয়ী সকলক সম্বৰ্ধনা,উপস্থিত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়া
shivbhakti
Chhaygaon, Kamrup | May 24, 2025
ছয়গাঁও: বকো ছয়গাঁও সমষ্টিৰ সাততালুক গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত তীব্ৰ প্ৰতিবাদ, অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ
shivbhakti
Chhaygaon, Kamrup | May 21, 2025
ছয়গাঁও: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ, ছয়গাঁৱৰ ভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত বহু পৰিয়ালৰ ঘৰ
shivbhakti
Chhaygaon, Kamrup | May 11, 2025
ৰঙিয়া ভাগ: মুখ্যমন্ত্ৰীৰ আহ্বানক সহাৰি জনাই স্থগিত কৰিলে কেন্দুকুছি ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী,কেন্দুকুছিত মন্তব্য বিহু সমিতিৰ
shivbhakti
Rangia Part, Kamrup | May 10, 2025
ছয়গাঁও: পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা ছয়গাঁও মিনি ষ্টেডিয়ামত অন্তিম প্ৰচাৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
shivbhakti
Chhaygaon, Kamrup | May 5, 2025
ছয়গাঁও: ৭ মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, চমৰীয়াত প্ৰচাৰ তীব্ৰতৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী মৃদুল মণ্ডলৰ
shivbhakti
Chhaygaon, Kamrup | May 3, 2025
ছয়গাঁও: কমলপুৰৰত কমলপুৰ সমষ্টিৰ বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হ'ল দ'লৰ বিশেষ সাংগঠনিক সভা
sonariupdates
Chhaygaon, Kamrup | Apr 28, 2025
Load More
Contact Us
Your browser does not support JavaScript!