Latest News in Chenga (Local videos)
চেঙা: বাঘেৰচৰৰ ৭০ বছৰীয়া জমেলা খাতুন নিৰুদ্দেশ, উপায়হীন হৈ সংবাদমাধ্যমৰ কাষ চাপে পৰিয়ালৰ লোকে
Chenga, Barpeta | Jun 17, 2025
bdnews
Follow
Share
Next Videos
চেঙা: বহৰি বজাৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান, উচ্ছেদস্থলীত উপস্থিত বিধায়ক অশ্ৰাফুল হুছেইন
bdnews
Chenga, Barpeta | Jun 16, 2025
চেঙা: চেঙাত পথ দুৰ্ঘটনা, মুখা মুখি বাইক সংঘৰ্ষত ৪ জন যুৱক আহত
bdnews
Chenga, Barpeta | Jun 12, 2025
চেঙা: প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ পূৱ ম'হচৰাত জানাজা সম্পন্ন, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অংশগ্ৰহণ
bdnews
Chenga, Barpeta | Jun 5, 2025
চেঙা: ৰাউলী-চেঙা পথৰ দুৰৱস্থা, ঠিকাদাৰৰ হেমাহিৰ বাবে সম্পূৰ্ণ নোহোৱা পথৰ বাবে ৰাইজৰ দুৰ্ভোগ
#jansamasya
bdnews
Chenga, Barpeta | Jun 4, 2025
চেঙা: চুৰিকাণ্ডত হোৱা গাফিলতিৰ অভিযোগত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনৰ নিৰ্দেশ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ
bdnews
Chenga, Barpeta | Jun 4, 2025
চেঙা: বিদেশী বিতাৰণৰ নামত অত্যাচাৰ বন্ধ কৰা দাবীত চেঙাৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থাৰ
bdnews
Chenga, Barpeta | Jun 3, 2025
চেঙা: বহৰি সত্ৰত হৰিদেৱ গুৰুৰ চাৰিদিনীয়াকৈ পালন কৰা ৪৬০ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱৰ সামৰণি
bdnews
Chenga, Barpeta | May 26, 2025
চেঙা: বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে বামপাৰাত আফ্ৰিকান ছোৱাইন ফিভাৰে আক্ৰান্ত ৫৬ টা গাহৰি নিধন কৰে
bdnews
Chenga, Barpeta | May 23, 2025
চেঙা: নিজ চেঙাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ, ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত দিগন্ত বৈশ্যৰ কঠোৰ নিৰ্দেশনা জাৰী
bdnews
Chenga, Barpeta | May 22, 2025
চেঙা: ধৰ্মপুৰত ব্ৰহ্মপুত্ৰ নৈৰ তীব্ৰ গৰাখহনীয়া, শংকাত ভুগিছে কেবাখনো গাঁৱৰ শ শ ৰাইজ
#jansamasya
bdnews
Chenga, Barpeta | May 21, 2025
চেঙা: নিজ চেঙাত চৰকাৰী IBS আঁচনিৰ তালিকা প্ৰস্তুিতৰ নামত ব্যাপক অনিয়ম, তদন্ত কৰে জিলা পশুপালক বিষয়া প্ৰবিন দাসে
bdnews
Chenga, Barpeta | May 13, 2025
চেঙা: ১৮ নং পালহাজী জিলা পৰিষদৰ ভৈৰাৰপাম বজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে
bdnews
Chenga, Barpeta | Apr 29, 2025
চেঙা: বহৰি জিলা পৰিষদৰ অন্তৰ্গত বৰ আগদিয়াত বিজেপিৰ প্ৰচাৰ সভাত শুকুৰ আলী
bdnews
Chenga, Barpeta | Apr 28, 2025
চেঙা: ব্ৰহ্মপুত্ৰত নিখোজ হোৱা এজন কিশোৰৰ মৃতদেহ বহৰিৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ
bdnews
Chenga, Barpeta | Apr 28, 2025
চেঙা: বহৰিত ব্ৰহ্মপুত্ৰত নৈত গা ধুই থকা অৱস্থাত উটি গ'ল দুই কিশোৰ
bdnews
Chenga, Barpeta | Apr 26, 2025
চেঙা: হিমন্ত বিশ্ব শৰ্মা এটা অসমৰ সমস্যা বুলি চেঙাৰ মুছলমান পাৰাত মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে
bdnews
Chenga, Barpeta | Apr 18, 2025
চেঙা: চেঙাত গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক সহ কেবাগৰাকী কংগ্ৰেছীয়ে বিধায়কৰ উপস্থিতিত এআইইউডিএফ দলত যোগদান কৰে
bdnews
Chenga, Barpeta | Apr 15, 2025
চেঙা: বাঘমাৰাচৰত টিকটৰ নামত ধন লোৱাৰ অভিযোগত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ, দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ দল ত্যাগ
bdnews
Chenga, Barpeta | Apr 13, 2025
চেঙা: দীনদয়াল আঁচনিৰ চ’লাৰ বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ, ধৰ্মপুৰ-ভাতনাপাইতিত বঞ্চিত হিতাধিকাৰীৰ প্ৰতিবাদ
bdnews
Chenga, Barpeta | Apr 9, 2025
চেঙা: আগমন্দিয়াত মুছলিম জাতীয় পৰিষদৰ আঞ্চলিক সমিতি গঠনাৰ্থে এখন সাধাৰণ সভা, নতুন সমিতি গঠন
bdnews
Chenga, Barpeta | Apr 6, 2025
Load More
Contact Us
Your browser does not support JavaScript!